লেফট-অভাৰ খিঁচিৰি পুৰি/Leftover Khichadi Puri/vibsk-32

0
387

লেফট-অভাৰ খিঁচিৰি পুৰি/Leftover Khichadi Puri/vibsk-32

 

  উপকৰণ : যুখ
1. থাকি যুবা দালিয়া খিঁচিৰি/ জি কুনু থাকি যুবা খিঁচিৰি : ১ বাতি

 

2. মেঠি শাক : ১ বাতি মিহিকে কুটা
3. সেউজীয়া জলকীয়া : ২/৩ (কুটি লওক)
4. ঘিউ : ২ চাহ চামুচ
5. ৰঙা জলকীয়া গুৰি : ১ চাহ চামুচ
6. হালধি : ১ চাহ চামুচ
7. ধনিয়া গুৰি : ১ চাহ চামুচ
8. আজবাইন : ১/২ চাহ চামুচ
9. পুৰা গেহুৰ আটা : ২০০ গ্রাম
10. তেল : ভাজিবলৈ

 

প্রণালী :

1)  পুৰি বনাবলৈ থাকি যুবা খিঁচিৰি ( টুকুৰা গেহু আৰু মচুৰ দাইল) লগত মেঠি শাক,সেউজীয়া  জলকীয়া,ৰঙা জলকীয়া গুৰি, নিমখ, হালধি,ধনিয়া গুৰি ,আজবাইন ,ঘিউ দি ভালকে মিহলাই দিয়ক

2) এতিয়া পুৰা গেহুৰ আটা দি সানি লওক

3) এতিয়া বেলনাত তেল সানি মিশ্রণৰ পৰা সৰু গুটি কৰক

4) এতিয়া বেলনাত গুলকে বেলি লওক ৮-১০ পুৰি বেলি কাস কৰি ঠক

5) কেৰাহীত তেল গৰম কৰক,জুঁই মধমিয়া কৰক

6) পুৰি বুৰ সোনালী ৰং হুয়া লৈকে ভাজক

গৰম গৰম দীপ / আচাৰ / চাহ লগত

Watch video here:

Recipe Step By Step With Pics:

Step-1

1. To make puri from leftover khichadi (broken wheat and lentil/any khichadi): add fenugreek leaves, green chillies, red chilli powder, salt, turmeric powder, coriander powder, carom seeds and clarified ghee in it. Mix well.

Step-2

2. Now, add whole wheat flour to it and make tight dough.

Step-3

3. Apply oil on rolling surface. Take a little dough and make a smooth dough ball.

Step-4

4. With rolling pin, roll it in a small circular disc. Roll 8-10 puries and keep aside.

Step-5

5. Heat oil in a wok. Turn the flame to medium high.

Step-6

6. Fry puries till golden brown on medium high flame.

Serve hot with Dip/Pickle /Tea.

LEAVE A REPLY

Please enter your comment!
Please enter your name here