মুঙ ডাল হালুয়া/Moong Dal Halwa/vibsk-50

0
893

মুঙ ডাল হালুয়া/Moong Dal Halwa/vibsk-50

উপকৰণ:

  উপকৰণ : যুখ
1. স্কীনন্দ গ্রীন গ্রাম ( মগু দাইল) : ২০০ গ্রাম ( টিয়ায় থক)
2. খৈয়া : ১০০ গ্রাম
3. ঘিউ : ২০০ ম ল
4. চেনি : ১৫০ / সুবাদ অনুযায়ী
5. গাখীৰ : ১ সৰু গ্লাছ
6. খিছমিছ : ৩ চাহ চামুচ
7. আলমন্ড : ১০-১৫
8. কাজু : ১০-১৫
9. পিছতা : ৮-১০

প্রণালী :

  1. টিয়ায় থোবা সেউজীয়া মগু দাইল খিনি পানী নিদিয়া কি পিহি লওক
  2. আলমন্ড আৰু পিছতা পাতল কে কাটি লওক আৰু কাজু বুৰ আধা কে ভাঙি লওক
  3. কেৰাহীত ঘিউ দিয়ক আৰু তাত পীহা দাইল দি কম জুইত ভাজক
  4. প্ৰথমতে কেৰাহীত দাইল বুৰ লাগি ধৰিব, কেৰাহীৰ কাসৰ দাইল বুৰ অতৰাই ভালকৈ ভাজক ১৫-২০ মিনিটৰ লৈকে
  5. যেতিয়া কেৰাহীৰ কাসৰ পৰা দাইল এৰাই আহিব আৰু ঘিউ উলাই আহিব, তেতিয়া ভজা হল
  6. এতিয়া আলমন্ড, কাজু,পিছতা আৰু খিছমিছ দিয়ক আৰু ভাজক, অলপ কাজু, আলমন্ড,পিছতা বেলেগে থৈ দিব সজাবলৈ
  7. এতিয়া গাখীৰ দি মিহলাওক, গাখীৰ হুহি লুবা লৈকে লৰাই থাকক
  8. এতিয়া খৈয়া দি মিহলাওক
  9. এতিয়া চেনি দিয়ক সুবাদ অনুযায়ী
  10. চেনি মিহলাওক ১ মিনিটৰ লৈকে, জুঁই পৰা নমাই দিয়ক, হালুয়া গৰম কাৰণে চেনি গলি জাব,ভালকৈ মিহলাই দিয়ক
  11. মগু দাইল হালুয়া সাজু হল

ড্রাই ফ্রৰুট দি সজাই দিয়ক আৰু গৰম গৰম  খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং

Watch Video Here:

Recipe Step By Step With Pics:

Step-1

1. টিয়ায় থোবা সেউজীয়া মগু দাইল খিনি পানী নিদিয়া কি পিহি লওক

Step-2

2. আলমন্ড আৰু পিছতা পাতল কে কাটি লওক আৰু কাজু বুৰ আধা কে ভাঙি লওক

Step-3

3. কেৰাহীত ঘিউ দিয়ক আৰু তাত পীহা দাইল দি কম জুইত ভাজক

Step-4

4. প্ৰথমতে কেৰাহীত দাইল বুৰ লাগি ধৰিব, কেৰাহীৰ কাসৰ দাইল বুৰ অতৰাই ভালকৈ ভাজক ১৫-২০ মিনিটৰ লৈকে

Step-5

5. যেতিয়া কেৰাহীৰ কাসৰ পৰা দাইল এৰাই আহিব আৰু ঘিউ উলাই আহিব, তেতিয়া ভজা হল

Step-6

6. এতিয়া আলমন্ড, কাজু,পিছতা আৰু খিছমিছ দিয়ক আৰু ভাজক, অলপ কাজু, আলমন্ড,পিছতা বেলেগে থৈ দিব সজাবলৈ

Step-7

7. এতিয়া গাখীৰ দি মিহলাওক, গাখীৰ হুহি লুবা লৈকে লৰাই থাকক

Step-8

8. এতিয়া খৈয়া দি মিহলাওক

Step-9

9. এতিয়া চেনি দিয়ক সুবাদ অনুযায়ী

Step-10

10. চেনি মিহলাওক ১ মিনিটৰ লৈকে, জুঁই পৰা নমাই দিয়ক, হালুয়া গৰম কাৰণে চেনি গলি জাব,ভালকৈ মিহলাই দিয়ক

Step-11

11. মগু দাইল হালুয়া সাজু হল

ড্রাই ফ্রৰুট দি সজাই দিয়ক আৰু গৰম গৰম  খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং

SHARE
Previous articleमुग डाळ हलवा/Moong Dal Halwa/vibsk-50
Next articleমুগ ডাল হালুয়া /Moong Dal Halwa/vibsk-50
Hi friends, I am Vibha Singh. I will be sharing easy to cook Indian recipes on Vibskitchen. Come and cook with me. From Vibskitchen, every week will come out, known and not so known yummy recipes. Recipes, that I have learnt from my paternal/maternal grandmothers, my mom/mom-in-law & friends. These Indian recipes are authentic, healthy and easy to make. Welcome to VibsKitchen to share the pleasure of cooking and serving "Ghar Ka Khaana" (home cooked food) to loved ones. Happy Cooking!!!

LEAVE A REPLY

Please enter your comment!
Please enter your name here