বিটাৰ গৌড় ফ্রাই/Bitter Gourd Fry/vibsk-48
উপকৰণ :
উপকৰণ | : | যুখ | |
1. | তিতা কেৰেলা | : | ৪- ৫ |
2. | পিয়াজ | : | ৪ মাধ্যম |
3. | আদা নহৰুৰ মিশ্রণ | : | ২ চাহ চামুচ |
4. | সেউজীয়া জলকীয়া | : | ২ |
5. | নিমখ | : | সুবাদ অনুযায়ী |
6. | মিঠা তেল | : | ১ টেবুল চামুচ |
প্রণালী :
- তিতা কেৰেলা আগ গুৰি কাটি সৰু মিহি মিহি টুকুৰা কৰি লওক
- কেৰাহীত মিঠা তেল দিয়ক , তাত সেউজীয়া জলকীয়া আৰু আদা নহৰু মিশ্রণ দি ভাজক
- অলপ ভজাৰ পাছত তাত পিয়াজ দিয়ক
- পিয়াজ ভজা হলে তাত কুটা তিতা কেৰেলা দি ভাজক
- ভালকৈ মিহলুয়াৰ পাছত জুঁই বঢ়াই ২-৩ মিনিটৰ লৈকে সিজিবলৈ দিয়ক , আৰু তাৰ পাছত জুঁই কমাই দিয়ক
- ঢাকি সিজাওক কম জুইত,তিতা কেৰেলা সিজিলে ঢাকনি অতৰাই জুঁই বঢ়াই দিয়ক ১ মিনিটৰ লৈকে, তাৰ পাছত জুঁই নুমুযাই দিয়ক
গৰম গৰম তিতা কেৰেলা ডাইল–ভাত/ ৰুটি/ খিচ্ড়ি/ পৰঠা লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:
Step-1
1. তিতা কেৰেলা আগ গুৰি কাটি সৰু মিহি মিহি টুকুৰা কৰি লওক
Step-2