ড্রাই ক্যুমিন ব্লেক গ্রাম ফৰ অষ্টমী প্রাসাদ/Dry Cumin Black gram for Ashtami Prasad/vibsk-43

0
347

ড্রাই ক্যুমিন ব্লেক গ্রাম ফৰ অষ্টমী প্রাসাদ/Dry Cumin Black gram for Ashtami Prasad/vibsk-43

 

              উপকৰণ   যুখ
1. ব্লেক গ্রাম ( কলা বুট ) : ১০০ গ্রাম ( টিয়ায় থক)
2. জিৰা : ১  ১/২ চাহ চামুচ
3. শুকান আমৰ গুৰি : ১   ১/২  চাহ চামুচ
4. ভজা জিৰা গুৰি : ১   ১/২  চাহ চামুচ
5. ৰঙা জলকীয়া গুৰি : সুবাদ অনুযায়ী
6. ধনিয়া গুৰি : ২ চাহ চামুচ
7. নিমখ : সুবাদ অনুযায়ী
8. তেল : ১  টেবল চামুচ

প্রণালী :

  1. নিমখ আৰু পানী দি কলা বুট কুকাৰত দিয়ক
  2. এটা হুইচেল মৰাৰ  পাছত ৮- ১০ মিনিট জুঁই কমাই থক
  3. কলা বুট সিজিলে ঢাকি কাস কৰি থওক
  4. কেৰাহীত তেল গৰম কৰি তাত জিৰা ভাজক আৰু জুঁই কমাই দিয়ক
  5. ধনিয়া গুৰি দি লৰাওক
  6. এতিয়া সিজুয়া কলা বুট দি লৰাই দিয়ক
  7. এতিয়া শুকান আমৰ গুৰি, ৰঙা জলকীয়াৰ গুৰি,ভজা জিৰাৰ গুৰি আৰু নিমখ দি ভালকৈ  মিহলাওক
  8. এতিয়া জুঁই কমাই মাধ্যমিয়া কৰি ৪/৫ মিনিটৰ লৈকে সিজাওক
  9. ৪/৫ মিনিটৰ পাছত কলা বুট সাজু হল

অষ্টমীৰ পবিত্র দিনত শুকান জিৰাৰ কলা বুট /পুৰি আৰু চুজিৰ পুদিং খনজকা থালী ৰেচিপি ইন আছামিজ হেপি কুকিং

Watch Video Here:

Recipe Step By Step With Pics:

Step-1

1. নিমখ আৰু পানী দি কলা বুট কুকাৰত দিয়ক

Step-2

2. এটা হুইচেল মৰাৰ  পাছত ৮- ১০ মিনিট জুঁই কমাই থক

Step-3

3. কলা বুট সিজিলে ঢাকি কাস কৰি থওক

Step-4

4. কেৰাহীত তেল গৰম কৰি তাত জিৰা ভাজক আৰু জুঁই কমাই দিয়ক

 Step-5

5. ধনিয়া গুৰি দি লৰাওক

Step-6

6. এতিয়া সিজুয়া কলা বুট দি লৰাই দিয়ক

Step-7

7. এতিয়া শুকান আমৰ গুৰি, ৰঙা জলকীয়াৰ গুৰি,ভজা জিৰাৰ গুৰি আৰু নিমখ দি ভালকৈ  মিহলাওক

 Step-8

8. এতিয়া জুঁই কমাই মাধ্যমিয়া কৰি ৪/৫ মিনিটৰ লৈকে সিজাওক

Step-9

 9. ৪/৫ মিনিটৰ পাছত কলা বুট সাজু হল

অষ্টমীৰ পবিত্র দিনত শুকান জিৰাৰ কলা বুট /পুৰি আৰু চুজিৰ পুদিং খনজকা থালী ৰেচিপি ইন আছামিজ হেপি কুকিং

LEAVE A REPLY

Please enter your comment!
Please enter your name here