বিটাৰ গৌড় ফ্রাই/Bitter Gourd Fry/vibsk-48

0
346

বিটাৰ গৌড় ফ্রাই/Bitter Gourd Fry/vibsk-48

উপকৰণ :

  উপকৰণ : যুখ
1. তিতা কেৰেলা : ৪- ৫
2. পিয়াজ : ৪ মাধ্যম
3. আদা নহৰুৰ মিশ্রণ : ২ চাহ চামুচ
4. সেউজীয়া জলকীয়া :  ২
5. নিমখ : সুবাদ অনুযায়ী
6. মিঠা তেল : ১ টেবুল চামুচ

প্রণালী :

  1. তিতা কেৰেলা আগ গুৰি কাটি সৰু মিহি মিহি টুকুৰা কৰি লওক
  2. কেৰাহীত মিঠা তেল দিয়ক , তাত সেউজীয়া জলকীয়া আৰু আদা নহৰু মিশ্রণ দি ভাজক
  3. অলপ ভজাৰ পাছত তাত পিয়াজ দিয়ক
  4. পিয়াজ ভজা হলে তাত কুটা  তিতা কেৰেলা দি ভাজক
  5. ভালকৈ মিহলুয়াৰ পাছত জুঁই বঢ়াই ২-৩ মিনিটৰ লৈকে সিজিবলৈ দিয়ক , আৰু তাৰ পাছত জুঁই কমাই দিয়ক
  6. ঢাকি সিজাওক কম জুইত,তিতা কেৰেলা সিজিলে ঢাকনি অতৰাই জুঁই বঢ়াই দিয়ক ১ মিনিটৰ লৈকে, তাৰ পাছত জুঁই নুমুযাই দিয়ক

গৰম গৰম তিতা কেৰেলা ডাইলভাত/ ৰুটি/ খিচ্ড়ি/ পৰঠা লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং

Watch Video Here:

Recipe Step By Step With Pics:

Step-1

1. তিতা কেৰেলা আগ গুৰি কাটি সৰু মিহি মিহি টুকুৰা কৰি লওক

Step-2

2. কেৰাহীত মিঠা তেল দিয়ক , তাত সেউজীয়া জলকীয়া আৰু আদা নহৰু মিশ্রণ দি ভাজক

Step-3

3. অলপ ভজাৰ পাছত তাত পিয়াজ দিয়ক

Step-4

4. পিয়াজ ভজা হলে তাত কুটা  তিতা কেৰেলা দি ভাজক

Step-5

5. ভালকৈ মিহলুয়াৰ পাছত জুঁই বঢ়াই ২-৩ মিনিটৰ লৈকে সিজিবলৈ দিয়ক , আৰু তাৰ পাছত জুঁই কমাই দিয়ক

Step-6

6. ঢাকি সিজাওক কম জুইত,তিতা কেৰেলা সিজিলে ঢাকনি অতৰাই জুঁই বঢ়াই দিয়ক ১ মিনিটৰ লৈকে, তাৰ পাছত জুঁই নুমুযাই দিয়ক

গৰম গৰম তিতা কেৰেলা ডাইলভাত/ ৰুটি/ খিচ্ড়ি/ পৰঠা লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং

SHARE
Previous articleकारल्याची भुजिया/Bitter Gourd Fry/vibsk-48
Next articleউচ্ছে ভাজা /Bitter Gourd Fry/vibsk-48
Hi friends, I am Vibha Singh. I will be sharing easy to cook Indian recipes on Vibskitchen. Come and cook with me. From Vibskitchen, every week will come out, known and not so known yummy recipes. Recipes, that I have learnt from my paternal/maternal grandmothers, my mom/mom-in-law & friends. These Indian recipes are authentic, healthy and easy to make. Welcome to VibsKitchen to share the pleasure of cooking and serving "Ghar Ka Khaana" (home cooked food) to loved ones. Happy Cooking!!!