টার্নিপ ফ্রাই (মেচদ টার্নিপ)/Mashed Turnip/vibsk-46

0
470

টার্নিপ ফ্রাই (মেচদ টার্নিপ)/Mashed Turnip/vibsk-46

 উপকৰণ:

  উপকৰণ : যুখ
1. চালগুম : ২ ডাঙৰ
2. বিলাহী : ২ মাধ্যমিয়া
3. পিয়াজ : ২ মাধ্যমিয়া
4. ধনিয়া পাত : সজাবলৈ
5. সেউজীয়া জলকীয়া :
6. হালধি : ১/২ চাহ চামুচ
7. গৰম মছলা : ১ চাহ চামুচ
8. ধনিয়া গুৰি : ১ চাহ চামুচ
9. হিং : ১/২ চাহ চামুচ
10. ৰঙা জলকীয়া গুৰি : ১ চাহ চামুচ
11. হৰিয় : ১/২ চাহ চামুচ
12. জিৰা : ১/২ চাহ চামুচ
13. আদা নহৰু মিশ্রণ : ২ চাহ চামুচ
14. নিমখ : সুবাদ অনুযায়ী
15. তেল : ১ টেবুল চামুচ

 

প্রণালী :

  1. চালগুমৰ বাকলি গুচাই ডাঙৰ ডাঙৰ টুকুৰা কৰি লওক
  2. ১/২ কাপ পানী দি চালগুম কুকাৰত এটা হুইচেল দি সিজাই লওক
  3. কেৰাহীত তেল দি গৰম কৰক,তাত হৰিয়, জিৰা ,সেউজীয়া জলকীয়া আৰু আদা নহৰু মিশ্রণ দি ভাজক
  4. এতিয়া হিং দি লৰাওক, এতিয়া ধনিয়া গুৰি আৰু গৰম মছলা দি ভাজক ১/২ মিনিটৰ লৈকে
  5. এতিয়া পিয়াজ ভাজক কোমল হবাৰ লৈকে, মছলা খিনি ভাজক মাধ্যমিয়া জুইত
  6. সিজুয়া চালগুম খিনি পিটিকি কাস কৰি থওক
  7. পিয়াজ ভাজি তাত হালধি দিয়ক
  8. এতিয়া বিলাহী দিয়ক, বিলাহী কোমল হলে পিটিকি থুবা চালগুমৰ লগত মিহলাই দিয়ক
  9. জুঁই কমায় দিয়ক, এতিয়া নিমখ দি ভালকৈ মিহলাওক
  10. ঢাকি কম জুইত ১০ মিনিটৰ লৈকে সিজাব, চালগুম ভর্তা সাজু হল, এতিয়া জুঁইৰ পৰা নমাই দিয়ক
  11. ধনিয়া পাত দি সজাই দিয়ক

গৰম গৰম পুৰি / পৰঠা/ চাপাতি লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং

Watch Video Here:

Recipe Step By Step With Pics :

Step-1

1. চালগুমৰ বাকলি গুচাই ডাঙৰ ডাঙৰ টুকুৰা কৰি লওক

Step-2

2. ১/২ কাপ পানী দি চালগুম কুকাৰত এটা হুইচেল দি সিজাই লওক

Step-3

3. কেৰাহীত তেল দি গৰম কৰক,তাত হৰিয়, জিৰা ,সেউজীয়া জলকীয়া আৰু আদা নহৰু মিশ্রণ দি ভাজক

Step-4

4. এতিয়া হিং দি লৰাওক, এতিয়া ধনিয়া গুৰি আৰু গৰম মছলা দি ভাজক ১/২ মিনিটৰ লৈকে

Step-5

5. এতিয়া পিয়াজ ভাজক কোমল হবাৰ লৈকে, মছলা খিনি ভাজক মাধ্যমিয়া জুইত

Step-6

6. সিজুয়া চালগুম খিনি পিটিকি কাস কৰি থওক

Step-7

7. পিয়াজ ভাজি তাত হালধি দিয়ক

Step-8

8. এতিয়া বিলাহী দিয়ক, বিলাহী কোমল হলে পিটিকি থুবা চালগুমৰ লগত মিহলাই দিয়ক

Step-9

9. জুঁই কমায় দিয়ক, এতিয়া নিমখ দি ভালকৈ মিহলাওক

Step-10

10. ঢাকি কম জুইত ১০ মিনিটৰ লৈকে সিজাব, চালগুম ভর্তা সাজু হল, এতিয়া জুঁইৰ পৰা নমাই দিয়ক

Step-11

11. ধনিয়া পাত দি সজাই দিয়ক

গৰম গৰম পুৰি / পৰঠা/ চাপাতি লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং

SHARE
Previous articleशलजम  ( आलकोल ) भर्ता /Mashed Turnip/vibsk-46
Next articleটারনিপ (শালগম )ভাজা/Mashed Turnip/vibsk-46
Hi friends, I am Vibha Singh. I will be sharing easy to cook Indian recipes on Vibskitchen. Come and cook with me. From Vibskitchen, every week will come out, known and not so known yummy recipes. Recipes, that I have learnt from my paternal/maternal grandmothers, my mom/mom-in-law & friends. These Indian recipes are authentic, healthy and easy to make. Welcome to VibsKitchen to share the pleasure of cooking and serving "Ghar Ka Khaana" (home cooked food) to loved ones. Happy Cooking!!!

LEAVE A REPLY

Please enter your comment!
Please enter your name here