চেমলিনা পুদিং ( চুজি কা হালুয়া) /Semolina Pudding/vibsk-42
| উপকৰণ | যুখ | ||
| 1. | চেমলিনা ( চুজি ) | : | ১ বাতি |
| 2. | চেনি | : | ১ বাতি |
| 3. | আলমন্ড | : | ১৫-২০ |
| 4. | শুকান নাৰিকলৰ গুড়ি | : | ২ টুকুৰা (পাতল কৈ কটা) |
| 5. | কাজু | : | ১৫-২০ |
| 6. | খিছমিছ | : | ৩ চাহ চামুচ |
| 7. | ঘিউ | : | ২ ১/২ টেবল চামুচ |
প্রণালী :
- সৰু সৰু টুকুৰাকৈ আলমন্ড আৰু কাজু কাতি কাস কৰি থওক
- পানীত চেনি দি উতলাই লওক,তাত খিছমিছ দিয়ক আৰু কাস কৰি থওক
- কেৰাহীত ঘিউ দিয়ক আৰু জুঁই মাধ্যমিয়া কৰক
- এতিয়া চুজি খিনি সোনালী ৰং হবাৰ লৈকে ভাজক
- তাত কাজু আৰু আলমন্ড দি ভাজক ( ১ মিনিটকৈ বেছি নাভাজিব )
- চুজিত এতিয়া ড্রাই ফ্রৰুট দি ভাজক
- চেনি পানি দি চুজি খিনি ভালকৈ লৰাওক আৰু জুঁই বঢ়াই দিয়ক
- এতিয়া মিহিকে কুটা নাৰিকল দি লৰাওক
- লৰাই থাকক যেতিয়া লৈকে চুজি খিনি ডাঠ নহয়
- চুজি পুদিং সাজু , জুঁই নুমুয়াই দিয়ক, চুজি খিনিযে বাকি থকা পানী খিনি হুহি লব
- চুৰিৰ পুদিং শুকান আৰু কোমল হল
পবিত্র দিন আষ্টমীৰ দিন এই পুদিং বনাব ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:
Step-1


1. সৰু সৰু টুকুৰাকৈ আলমন্ড আৰু কাজু কাতি কাস কৰি থওক
Step-2




2. পানীত চেনি দি উতলাই লওক,তাত খিছমিছ দিয়ক আৰু কাস কৰি থওক
Step-3
3. কেৰাহীত ঘিউ দিয়ক আৰু জুঁই মাধ্যমিয়া কৰক
Step-4




4. এতিয়া চুজি খিনি সোনালী ৰং হবাৰ লৈকে ভাজক
Step-5



5. তাত কাজু আৰু আলমন্ড দি ভাজক ( ১ মিনিটকৈ বেছি নাভাজিব )
Step-6

6. চুজিত এতিয়া ড্রাই ফ্রৰুট দি ভাজক
Step-7



7. চেনি পানি দি চুজি খিনি ভালকৈ লৰাওক আৰু জুঁই বঢ়াই দিয়ক
Step-8

8. এতিয়া মিহিকে কুটা নাৰিকল দি লৰাওক
Step-9

9. লৰাই থাকক যেতিয়া লৈকে চুজি খিনি ডাঠ নহয়
Step-10

10. চুজি পুদিং সাজু , জুঁই নুমুয়াই দিয়ক, চুজি খিনিযে বাকি থকা পানী খিনি হুহি লব
Step-11

পবিত্র দিন আষ্টমীৰ দিন এই পুদিং বনাব ৰেচিপি ইন আছামিজ হেপি কুকিং






