পটেটো পিনাট চালাড ফৰ ফাস্টিং/Potato-Peanut Salad For Fasting/vibsk-39

0
463

পটেটো পিনাট চালাড ফৰ ফাস্টিং/Potato-Peanut Salad For Fasting/vibsk-39

 

উপকৰণ   যুখ
1. সিজুয়া আলু : ৩- ৪ ( সমান কে কাটি লক )
2. ধনিয়া পাট : ১ সৰু বাতি
3. পিহা নাৰিকল : ১ সৰু বাতি
4. ৰক চলত (সেনিধাৰ নিমখ) : সুবাদ অনুযায়ী
5. সেউজীয়া জলকীয়া : ১ মিহিকে কুটা
6. ভজা জীৰা গুৰি : ১/৪  চাহ চামুচ
7. বাদাম : ১ টেবল চামুচ (টিয়ায় ঠক)
8. বাদাম তেল : ১ চাহ চামুচ
9. নেমু : ১/২ (ইচ্ছা অনুযায়ী )

 

প্রণালী :

  1. এটা ডাঙৰ বাতিত সিজুয়া আলু টুকুৰা বুৰ দি তাত মিহিকে কুটা ধনিয়া পাট,পিহা নাৰিকল , ৰক

চলত,মিহিকে কুটা সেউজীয়া জলকীয়া, ভজা জীৰা গুৰি,টিয়ায় থুবা বাদাম আৰু বাদাম তেল দি

ভালকৈ মিহলাওক

2. ১/২ নেমু চেপি ভালকে মিহলাই দিয়ক

3. পটেটো পিনাট চালাড সাজু

উপবাসৰ সময়ত থওক

Watch video here:

Recipe Step By Step With Pics:

Step-1

  1. এটা ডাঙৰ বাতিত সিজুয়া আলু টুকুৰা বুৰ দি তাত মিহিকে কুটা ধনিয়া পাট,পিহা নাৰিকল , ৰক চলত,মিহিকে কুটা সেউজীয়া জলকীয়া, ভজা জীৰা গুৰি,টিয়ায় থুবা বাদাম আৰু বাদাম তেল দি ভালকৈ মিহলাওক

Step-2

2. ১/২ নেমু চেপি ভালকে মিহলাই দিয়ক

Step-3

3.পটেটো পিনাট চালাড সাজু

উপবাসৰ সময়ত থওক

LEAVE A REPLY

Please enter your comment!
Please enter your name here