মটৰ আলু পুলাও/Matar-Aloo Pulao/vibsk-34
উপকৰণ | যুখ | ||
1. | সেউজীয়া মটৰ | : | ১ বাতি |
2. | আলু | : | ২ মধমিয়া |
3. | গাজৰ | : | ১ সৰু |
4. | পিয়াজ | : | ২ সৰু |
5. | বিলাহী | : | ১ ডাঙৰ |
6. | সেউজীয়া জলকীয়া | : | ২ |
7. | ধনিয়া পাট | : | সজাবলৈ |
8. | চাউল | : | ৫০০ গ্রাম |
9. | হালধি | : | ১/২ চাহ চামুচ |
10. | ৰঙা জলকীয়া গুৰি | : | ১ চাহ চামুচ |
11. | কলা এলাচি | : | ১ |
12. | গুটা জালুক | : | ৭ -৮ |
13. | লং | : | ৫-৬ |
14. | জিৰা | : | ১/৪ চাহ চামুচ |
15. | নিমখ | : | সুবাদ অনুযায়ী |
16. | ঘিউ | : | ১ চাহ চামুচ |
17. | তেল | : | ১ টেবুল চামুচ |
প্রণালী :
1. কুকাৰত তেল গৰম কৰক
2. তেলত গুটা কলা জালুক, কলা এলাচি, লং আৰু জিৰা দিয়ক
3. জিৰা ফুটিলে তাত দুটা পিয়াজ দি ভাজক জুঁই মধমিয়া কৰি
4. এতিয়া সেউজীয়া জলকীয়া দি পিয়াজ কোমল হুয়াৰ লৈকে ভাজক
5. এতিয়া কাটি থুবা আলু , কাটি থুবা গাজৰ আৰু সেউজীযা মটৰ দি ২ মিনিটৰ লৈকে সিজিবলৈ দিয়ক
6. এতিয়া বিলাহী , হালধি, ৰঙা জলকীয়া গুৰি আৰু নিমখ দিয়ক আৰু ভালকৈ মিহলাই ৫ মিনিট লৈকে
সিজাওক
7. কুকাৰত ভাত সিজাই পাচলি খিনিৰ লগত মিহলাই দিয়ক আৰু তাত ঘিউ দিয়ক
8. এতিয়া ২ ১/২ গ্লাছ পানী দি কুকাৰত ঢাকনা বন্ধ কৰি জুঁই বঢ়াই দি এটা হোইছেল দিয়ক
9. জুঁই কমায় ৫-৬ মিনিট সিজিবলৈ দিয়ক, জুঁই নুমুবাই কুকাৰৰ ভাপ যাবলৈ দিয়ক
10.পুলাও সাজু হল, পাচলি খিনি ওপৰত থকা কাৰণে লাহে কে ভাতৰ লগত মিহলাই দিয়ক
11. এটা বাতিত উলিয়াই দি তাত ধনিয়া পাট দি সজাই দিয়ক
গৰম গৰম আচাৰ আৰু ৰায়তা লগত খাওক
Watch video here:
Recipe Step By Step With Pics:
Step-1
-
Heat the oil in a pressure cooker. Add whole black pepper, black cardamom, cloves and cumin seeds.