লেফট-অভাৰ খিঁচিৰি পুৰি/Leftover Khichadi Puri/vibsk-32
উপকৰণ | : | যুখ | |
1. | থাকি যুবা দালিয়া খিঁচিৰি/ জি কুনু থাকি যুবা খিঁচিৰি | : | ১ বাতি
|
2. | মেঠি শাক | : | ১ বাতি মিহিকে কুটা |
3. | সেউজীয়া জলকীয়া | : | ২/৩ (কুটি লওক) |
4. | ঘিউ | : | ২ চাহ চামুচ |
5. | ৰঙা জলকীয়া গুৰি | : | ১ চাহ চামুচ |
6. | হালধি | : | ১ চাহ চামুচ |
7. | ধনিয়া গুৰি | : | ১ চাহ চামুচ |
8. | আজবাইন | : | ১/২ চাহ চামুচ |
9. | পুৰা গেহুৰ আটা | : | ২০০ গ্রাম |
10. | তেল | : | ভাজিবলৈ |
প্রণালী :
1) পুৰি বনাবলৈ থাকি যুবা খিঁচিৰি ( টুকুৰা গেহু আৰু মচুৰ দাইল) লগত মেঠি শাক,সেউজীয়া জলকীয়া,ৰঙা জলকীয়া গুৰি, নিমখ, হালধি,ধনিয়া গুৰি ,আজবাইন ,ঘিউ দি ভালকে মিহলাই দিয়ক
2) এতিয়া পুৰা গেহুৰ আটা দি সানি লওক
3) এতিয়া বেলনাত তেল সানি মিশ্রণৰ পৰা সৰু গুটি কৰক
4) এতিয়া বেলনাত গুলকে বেলি লওক ৮-১০ পুৰি বেলি কাস কৰি ঠক
5) কেৰাহীত তেল গৰম কৰক,জুঁই মধমিয়া কৰক
6) পুৰি বুৰ সোনালী ৰং হুয়া লৈকে ভাজক
গৰম গৰম দীপ / আচাৰ / চাহ লগত
Watch video here: