স্ক্র্যামবদ এগ উইথ পাও/Scrambled Egg & Pav/vibsk-31
উপকৰণ | : | যুখ | |
1. | কণী | : | ৭ |
2. | সেউজীয়া জলকীয়া | : | ২- ৩ কুটা |
3. | পিয়াজ | : | ১ মধমিয়া (মিহিকে কুটা ) |
4. | পাও / ব্রেড | : | ৬ |
5 | মাখন | : | ২ টেবুল চামুচ |
6. | গুটা কলা জালুক | : | ৩ – ৪ টুকুৰা |
7. | নিমখ | : | সুবাদ অনুযায়ী |
8. | তেল | : | ১ টেবুল চামুচ |
প্রণালী :
- কণী কেটা ফেটি লওক, তাত নিমখ দি আকৌ ফেটি লওক
- তেবা গৰম কৰক, পাওত মাখন লগাই গৰম কৰক
- তেবাত তেল দি জুঁই বঢ়াই দিয়ক
- এতিয়া পিয়াজ দি লৰাওক আৰু তাত সেউজীয়া জলকীয়া দিয়ক
- পিয়াজ খিনি ভালকৈ ভাজি লক, জুঁই মধমিয়া কৰক
- এতিয়া ফেটি থুবা কণী খিনি লৰাই তেবাত কোমল হুয়া লৈকে সিজিবলৈ দিয়ক
- জুঁই কমাই লৰাই থাকক ১ মিনিটৰ লৈকে
স্ক্র্যামবদ এগ সাজু, এতিয়া কলা জালুকৰ গুৰি কণী ওপৰত দি গৰম গৰম পাও লগত খাওক
Watch video here: