ভতূড়ে /Bhature/vibsk-25
উপকৰণ | যুখ | ||
1. | ময়দা | : | ২৫০ গ্রাম |
2. | চেমলিনা | : | ৫০ গ্রাম |
3. | দৈ | : | ২০০ গ্রাম |
4. | বেকিং পাউডাৰ | : | ১/২ চাহ চামুচ |
5. | বেকিং চৌডা | : | ১/৪ চাহ চামুচ |
6. | নিমখ | : | ১/২ চাহ চামুচ |
7. | গুৰি চেনি | : | ১ চাহ চামুচ |
8. | তেল | : | ২-৩ চাহ চামুচ (ময়দা মাৰিবলৈ) |
9. | তেল | : | ভাজিবলৈ |
10. | কুহুমীয়া পানী | : | ময়দা সানিবলৈ |
প্রণালী :
- গুৰি চেনি,নিমখ, চেমলিনা, বেকিং পাউডাৰ আৰু বেকিং চৌডা, ময়দা মিহলাই লওক
- দৈ দি ময়দা খিনি সানি কোমল কৰি লওক, যদি দৰকাৰ হয় অকণমান কুহুমীয়া পানি লওক
- ৭-৮ মিনিটত লেকে ময়দা সানি কোমল মিশ্রণ খিনি বেছি আঠা বা বেছি তান হব নালাগে
- মিশ্রণত অকণমান তেল দিয়ক আৰু দেখি থকা পেকিং কাগজেৰে ধাকি থওক/নহলে কোমল তিতা কাপুৰ এখন দি ধাকি থওক ৩-৪ ঘন্টা লৈকে
- ৩-৪ ঘন্টাৰ পাছত মিশ্রণ খিনি ফুলি ওঠিব
- হাতত তেল লগাই ময়দা খিনি আকৌ ভালকে কোমল কে সানি লওক
- যদি মিশ্রণ খিনি লিকতীয়া হয়,তাত ময়দা দি আকৌ সানি লওক
- মিশ্রণ খিনি সমান জুখত ভাগ কৰি গুটি বনাই লওক
- হাতত গুটি বুৰ লৈ কোমল গুটি বনাই লওক
- বেলন আৰু বেলনা মাৰিত তেল লগাই লওক
- এতিয়া গুটি বুৰ বেলনা দি গোল আকাৰত বেলি লওক
- কেৰাহীত তেল দি গৰম কৰক
- মধ্যমীয়া জুঁই কৰি সোনালী রং হোয়ার লেকে ভাজক
- ভজাৰ পিছত এখন নেপকিনট ঠই দিয়ক বেছি তেল খিনি জাবলৈ
- বাকি ভতূড়ে খিনি এনে দৰে ভাজি লওক
গৰম গৰম চোলে,মিকছ পিকল চালাদ আৰু ৰায়তা লগত খক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch video here:
Recipe Step By Step With Pics:
STEP-1
-
Add powdered sugar, salt, semolina, baking powder & baking soda to all-purpose flour. Mix well.