স্টাফদ বিটাৰ গর্ড (ভৰভৰা কেৰেলা)-স্টাইল-1/Bharva Karele-Style-1/vibsk-33

0
451

স্টাফদ বিটাৰ গর্ড (ভৰভৰা কেৰেলা)-স্টাইল-1/Bharva Karele-Style-1/vibsk-33

 

  উপকৰণ : যুখ
1. তিতা কেৰেলা : ৬ – ৭ মধমিয়া
2. কেঁচা আম : ১  ডাঙৰ ( পিহি)
3. আদা নহৰু মিশ্রণ : ৪ চাহ চামুচ
4. পিয়াজ : ৩ সৰু ( মিহিকে কুটা)
5. ৰঙা জলকীয়া গুৰি : ২ চাহ চামুচ
6. হালধি : ১  ১/২ চাহ চামুচ
7. ধনিয়া গুৰি : ৩ -৪ চাহ চামুচ
8. গৰম মচলা : ১  ১/২ চাহ চামুচ
9. ****পাঁচফুৰন : ১  ১/২ চাহ চামুচ
10 নিমখ : সুবাদ অনুযায়ী
11. মিঠা তেল : ২ টেবুল চামুচ

**** পাঁচফুৰনসৰিয়হ,কলা জীৰা,ছফ,মেথি গুটি,জনি , ছব সমান জুখত লব লাগে

প্রণালী :

1)    তিতা কেৰেলাৰ বাকলি গুচাই লওক, ওপৰৰ পৰা তললৈকে তিতা কেৰেলা টু কাটি লওক, ভিতৰৰ

গুটি বুৰ উলিয়াই লওক, বাকলি আৰু কোমল গুটি খিনি ৰাখি টান গুটি বুৰ পেলাই দিয়ক

2)  কেঁচা আম বাকলি গুচাই পিহি লওক

3)  কেৰাহীত মিঠা তেল দিয়ক আৰু জুঁই বঢ়াই দিয়ক

4)  জুঁই মধমিয়া কৰি গুটি নথকা তিতা কেৰেলা ভাজি লওক

5)  তিতা কেৰেলাৰ বাহিৰ টু ভাজি লওক

6)  ভাজি হলে কাস কৰি থওক

7)  সেই তেল খিনিতে পাঁচফুৰন দিয়ক, পাঁচফুৰন ফুটিলে তাত আদা, নহৰু মিশ্রণ দি জুঁই কমাই ভাজক

8)  এতিয়া ধনিয়া গুৰি, গৰম মচলা ,ৰঙা জলকীয়া গুৰি  আৰু হালধি দি  লৰাওক

9)  সকলো মচলা ভালকে আদা নহৰু মিশ্রণৰ লগত ভজাৰ পিছত তাত মিহিকে কুটা পিয়াজ দি মধমিয়া

জুইত ভাজক

10) জুঁই কমাই পিয়াজ কোমল হুয়াৰ লেকে ভাজক

11) এতিয়া তিতা কেৰেলাৰ বাকলি, কোমল গুটি আৰু পিহি থুবা কেঁচা আম দিয়ক

12) এতিয়া নিমখ দি ভালকে মিহলাওক, ঢাকি কম জুইত ১০ মিনিটৰ লেকে সিজিবলৈ দিয়ক

13) এতিয়া পুৰ খিনি সাজু হল,পাত্র এটাত উলিয়াই লক

14) এতিয়া পুৰ খিনি তিতা কেৰেলাৰ ভিতৰত ভৰাই দি তিতা কেৰেলা বুৰ ভাজি লক

গৰম গৰম  লান্চ / ডিনাৰত  লগত থওক

Watch video here:

Recipe Step By Step With Pics:

Step-1

1. Peel the bitter gourds. Make a slit from top to bottom of the bitter gourd. Take out the pulp & seeds. Keep the peel & soft seeds aside. Discard the hard seed.

Step-2

2. Peel & grate the raw mango. Keep aside.

Step-3

3. Heat mustard oil in a wok on high flame.

Step-4

4. Put the flame to medium and fry the deseeded bitter gourd covers.

Step-5

5. Fry them till the skin is cooked.

Step-6

6. Take them out of the wok and keep aside.

Step-7

7. In the same oil add Panch-Phoran. When it starts cracking, add ginger-garlic paste & fry. Bring down the flame to low.

Step-8

8. Add coriander powder, garam masala, red chilli powder & turmeric powder. Stir.

Step-9

9. When all the spices are roasted and mixed well with ginger-garlic paste, add finely chopped onions. Stir & cook for a minute on medium flame.

Step-10

10. Bring down the flame to low & cook till onions are soft.

Step-11

11. Add bitter gourd peel, soft seeds & grated raw mango.

Step-12

12. Add salt & mix well. Cover & cook for 10 minutes on low flame.

Step-13

13. When stuffing is ready, take it out in a bowl.

Step-14

14. Fill the stuffing inside the fried bitter gourd covers.

Serve hot with Lunch/Dinner.

LEAVE A REPLY

Please enter your comment!
Please enter your name here