সামা ৰাইছ উপমা ফৰ ফাস্টিং/Sama Rice Upma For Fasting/vibsk-41

0
308

সামা ৰাইছ উপমা ফৰ ফাস্টিং/Sama Rice Upma For Fasting/vibsk-41

 

  উপকৰণ   যুখ
1. সামা চাউল : ১০০ গ্রাম (সিজোবা)
2. বাদাম : ৫০ গ্রাম (ভজা / টিয়ায় থুবা )
3. বিলাহী : ২ মাধ্যম (কুটি লওক )
4. সেউজীয়া জলকীয়া : ২(কুটি লওক )
5. ধনিয়া পাত : ২ চাহ চামুচ (সজাবলৈ)
6. নৰসিংহ পাত : ১০-১২
7. বাদামৰ তেল : ১ টেবল চামুচ
8. ৰক চলত (সেনিধাৰ নিমখ) : সুবাদ অনুযায়ী
9. জিৰা : ১ চাহ চামুচ
10. নেমু : ১/২ ফাল ( ইচ্ছা অনুযায়ী )

 

প্রণালী :

1) কেৰাহীত তেল দি তাত জিৰা দিয়ক

2) এতিয়া কেঁচা জলকীয়া আৰু নৰসিংহ পাত দি ভাজক

3) এতিয়া বিলাহী দি লৰাওক, ভজা বাদাম দিয়ক আৰু সিজিবলৈ দিয়ক

4) এতিয়া ৰক চলত দিয়ক আৰু ভালকৈ মিহলাওক

5) এতিয়া সিজুয়া সামা ৰাইছ/ ভাত মিশ্রণৰ লগত মিহলাই দিয়ক

6) জুঁই কমাই দিয়ক আৰু ২- ৩ মিনিটৰ লৈকে সিজিবলৈ দিয়ক

7) উপমা সাজু হল , জুঁই নুমুবাই দিয়ক

8) মিহিকৈ কুটা ধনিয়া পাত দি সজাই দিয়ক , ইচ্ছা কৰে যদি আধা নেমু চেপি দিয়ক

সামা ৰাইছ উপমা উপবাসৰ কাৰণে সাজু ,গৰম গৰম খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং

 

Watch Recipe Here:

Recipe Step By Step With Pics:

Step-1

  1. কেৰাহীত তেল দি তাত জিৰা দিয়ক

Step-2

2. এতিয়া কেঁচা জলকীয়া আৰু নৰসিংহ পাত দি ভাজক

Step-3

3. এতিয়া বিলাহী দি লৰাওক, ভজা বাদাম দিয়ক আৰু সিজিবলৈ দিয়ক

Step-4

4. এতিয়া ৰক চলত দিয়ক আৰু ভালকৈ মিহলাওক

Step-5

5. এতিয়া সিজুয়া সামা ৰাইছ/ ভাত মিশ্রণৰ লগত মিহলাই দিয়ক

Step-6

6. জুঁই কমাই দিয়ক আৰু ২- ৩ মিনিটৰ লৈকে সিজিবলৈ দিয়ক

Step-7

7. উপমা সাজু হল , জুঁই নুমুবাই দিয়ক

Step-8

8. মিহিকৈ কুটা ধনিয়া পাত দি সজাই দিয়ক , ইচ্ছা কৰে যদি আধা নেমু চেপি দিয়ক

সামা ৰাইছ উপমা উপবাসৰ কাৰণে সাজু ,গৰম গৰম খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here