মাগুৰ মাছ / কেত ফিশ কাৰি/vibsk-07
Read This Recipe In English: Magur/Cat Fish Curry
উপকৰন:
উপকৰন: | যুখ : | ||
1. | মাগুৰ মাছ | : | ৭৫০ গ্রাম |
2. | নহৰু | : | ১ মাধ্যম |
3. | আদা | : | ৩ টুকুৰা |
4. | হলদি | : | ১ চাহ চামুচ |
5. | ৰঙা জলকীয়া গুড়ি | : | ২ চাহ চামুচ |
6. | ধনিয়া গুড়ি | : | ৩-৪ চাহ চামুচ |
7. | গৰম মচলা | : | ১ চাহ চামুচ |
8. | সৰিয়হ | : | ২ চাহ চামুচ |
9. | জীৰা | : | ২ চাহ চামুচ |
10. | মেথি গুটি | : | ১ চাহ চামুচ |
11. | *পাঁচ ফুরন (৫ গুটিৰ মিহলি | : | ১ & ১ ১/২ চাহ |
12. | নিমখ | : | স্বাদ অনুযারী |
13. | মিঠা তেল | : | ১ & ১/২ টেবুল চামুচ |
14. | ধনিয়া পাট | : | ওপৰত দিবলৈ |
* পাঁচফুৰন – সৰিয়হ,কলা জীৰা,ছফ,মেথি গুটি,জনি , ছব সমান জুখত লব লাগে
প্রণালী :
- হালধি, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু গৰম মচলা বাতি এটাত লৈ পানী দি তিয়াই ঠক ১০ মিনিট লৈকে
- অলপ পানী দি নহৰু,আদা,সৰিয়হ,জীৰা আৰু মেথি গুটি এটা মিশ্রণ বনাই লোক
- তেল মাৰিবলৈ কেৰাহীত তেল লৈ সৰিয়হ দি জুঁই মাধ্যম কৰি দিয়ক
- জুঁই কমায় তেলত পাঁচফুৰন দিয়ক
- যেতিয়া পাঁচফুৰন ফুটিব, তেতিয়া আদা নহৰু খিনি দি ভাজক
- মচলা ভাজি ৰংচুবা আৰু কেৰাহি কাষৰ পৰা তেল উলুয়া লেকে ভাজক
- এতিয়া পানীত টিয়ায় থুবা মচলা খিনি দি ভাজক
- কেৰাহীৰ কাখৰ পৰা তেল উলুয়া লেকে মচলা খিনি ভাজক
- তাৰ পাছত লাহেকে মাছ খিনি মছালাত দিয়ক,অকণমান লড়াই ঢাকনা দি দিয়ক
- জুৰত নোলোৱাব, মাছ ভাঙি যাব পাৰে
- ৩- ৪ মিনিটৰ পাছত গৰম পানী ২ – ২ ১/২ গ্লাছ দিব
- নিমখ দিয়ক,অকণমান লৰাই দিয়ক আৰু জুল খন উতলিবলৈ দিয়ক
- এতিয়া জুঁই কমায় দিয়ক,ঢাকনা দি সিজিবলৈ ১৫-২০ মিনিট হবলৈ দিয়ক
ধনিয়া পাত দি সজাই দিয়ক আৰু গৰম ভাত বা ৰুটি লগত খাবক
Recipe Step By Step With Pics:
Step-1
-
Take turmeric powder, chilli powder, coriander powder & garam-masala (Indian spice mix) in a bowl. Add water & soak for 10 minutes. Keep aside.