মচলা চজিনা/vibsk-05
উপকৰন :
উপকৰন : | যুখ : | ||
1. | চজিনা | : | ৩ ডাল (৩ টুকুৰা ) |
2. | আদা | : | ২৫ গ্রাম |
3. | নহৰু | : | ১ গুতা |
4. | সেউজীয়া জলকীয়া | : | ৬ |
5. | আফু গুটি | : | ৩ চাহ চামুচ |
6. | সৰিয়হ | : | ২ চাহ চামুচ |
7. | ৰঙা জলকীয়া গুড়ি | : | ১ চাহ চামুচ |
8. | ধনিয়া গুড়ি | : | ২ চাহ চামুচ |
9. | নিমখ | : | স্বাদ অনুযায়ী |
10. | ধনিয়া পাত | : | ১ মুঠি |
11. | হালধি | : | ১ চাহ চামুচ |
12. | হিং | : | ১ চাহ চামুচ |
13. | তেল | : | ২ চাহ চামুচ (তেল মাৰিবলৈ) |
প্রণালী :
- হলদি, হিং আৰু নিমখৰ বাহিৰে অলপ পানীতে বাকি গুতেই উপকৰন খিনি তিয়াই ঠক
- কেৰাহিত তেল গৰম কৰি মচলা খিনি মাধ্যম জুইত ভাজক
- হলদি,হিং আৰু নিমখ দিয়ক
- মচলা খিনি কেৰাহিত তেল ওলুবা লেকে ভাজক
- চজিনা আৰু মচলা খিনি একেলগে ২-৩ মিনিট লেকে ভাজক
- তাৰ পাচত ঢাকনা দি চজিনা খিনি কোমল হবলৈ দিয়ক
মচলা চজিনা খাবলৈ হাজু, দাইল আৰু ভাতৰ লগত খাবলৈ বৰ ভাল হয়
Recipe Step By Step With Pics:
Step-1
-
Cut drumsticks in 3″ to 4″ pieces. Keep aside.