মগু ডাইল দহি বড়া / vibsk-01
মগু ডাইলৰ দহি বড়া মাটি ডাইলৰ দহি বড়া তুলনাত পাতল
উপকৰন:
| উপকৰন | জোখ | ||
| 1 | মগু ডাইল | : | ১ বাতি |
| 2 | পিয়াজ | : | ২ মধ্যম জোখৰ (হৰু হৰু টুকুৰা কে কোটা) |
| 3 | ধনিয়া পাত | : | ১ মুঠি ( মিহি কে কোটা ) |
| 4 | সেউজীয়া কেঁচা জলকীয়া | : | ২ (হৰু হৰু টুকুৰা কে কটা ) |
| 5 | দৈ | : | ২০০ গ্রাম |
| 6 | নিমখ | : | স্বাদ অনুযায়ী |
| 7 | ভজা জিৰাৰ গুড়ি | : | ১ চামুচ |
| 8 | সেউজীয়া পদিনাৰ চাটনি | : | ১ বাতি |
| 9 | ডালিম | : | ইচ্ছা অনুযায়ী |
| 10 | তেল | : | ভাজিবৰ কাৰণে |
প্রণালী:
- মগু ডাইল খিনি ২ ঘন্টা তিয়াই পানি খিনি পেলাই দিব
- অকণমান পানী দি ডাইল খিনি মিহি কৈ পিছি লক
- কেৰাহীত তেল গৰম কৰি এসিকুট মিশ্রণ দি চাওক, যদি মিশ্রণ লগে লগে ওপৰলৈ আহে তেন্তে তেল বড়া ভাজিবলৈ সাজু হল
- এটা এটা কৈ বড়া গৰম তেলত দিয়ক,বড়া কেৰাহীত দিয়াৰ লৈকে জুঁই বঢ়াই থব
- চব দিয়াৰ পিচত জুঁই মধ্যম কৰি দি বড়া কেইটা সোনালী মাতিয়া ৰং হওয়ার লৈকে ভাজিব
- পাত্র এটা কুহুমীয়া পানি লৈ বড়া কেইটা ২০ মিনিট অৰ লেকে তিয়াই থাক, এনেকে বেশি তেল খিনি ওলাই যাব আৰু বড়া খাবলৈ কোমল হব
- বড়া বোৰ হাতেৰে চেপি পানি খিনি উলিয়াই দিয়ক খাবলৈ দিয়াৰ আগতে
- অলপ দৈ লোক, তাতে পুদিনার চাটনি,তেঁতেলী,আদা গুড়ী, মিঠা চাটনি,ভাজা জিরা গুড়ির, ৰঙা জলকীয়া গুড়ি, নিমখ স্বাদ অনুযায়ী
- আৰু অলপ দৈ লোক,তাত মিহি কোই কটা পিয়াজ,সেউজীয়া জলকীয়া আৰু ধনিয়া পাত
- যদি মন যাই , কেইটামান ডালিম গুটি ও দিব পাৰে
সুস্বাদু মগু ডাইল দহি বড়া সাজু আছে, নিজৰ পৰিয়াল আৰু বন্ধুর লগত উপভোগ কৰক
RECIPE STEP BY STEP WITH PICS:
Step 1

1). Soak Moong Daal for 2 hours & rinse the water.
Step 2

2). Add a little water and grind daal to smooth batter. Mix well.
Step 3


3). Heat oil & fry vade.
Step 4

When vade turns golden brown, take them out.
Step 5



5). After taking out from wok, immediately soak vade in hot water for 1/2 n hour.
Step 6

6). Before serving take them out of the water & keep aside.
Step 7


7). Break 4-5 vade in serving plate. Add some curd, mint chutney, tamarind – ginger powder sweet chutney, roasted cumin powder, red chilli powder and salt as per taste.
Step 8

8). Add some more curd with chopped onion, green chillies and coriander leaves. If you like than add some pomegranate pearls.

Dahi Vade are ready to be served.









