ব্রেড ৰোল/Bread Rolls/vibsk-15
Read This Recipe In English: Bread Rolls
উপকৰন :
উপকৰন : | যুখ : | ||
1. | লফ | : | ৮ |
2. | সিজুয়া আলু | : | ৫-৬ |
3. | পিয়াজ | : | ২ (মাধ্যম ) |
4. | সেউজীয়া জলকীয়া | : | ২ |
5. | ধনিয়া পাট | : | ১ হৰু মুঠি |
6. | নৰহিংহর পাট | : | ১০ – ১২ |
7. | তেল | : | ২ টেবল চামুচ ( তেল মাৰিবলৈ) |
8. | ৰঙা জলকীয়া গুড়ি | : | ১ চাহ চামুচ |
9. | হালধি | : | ১/২ চাহ চামুচ |
10. | ভজা ধনিয়া গুড়ি | : | ১/২ চাহ চামুচ |
11. | জীৰা গুটি | : | ১ চাহ চামুচ |
12. | নিমখ | : | স্বাদ অনুযায়ী |
13. | তেল | : | ভাজিবলৈ |
প্রণালী :
- সিজুয়া আলুৰ বাকলি গুচাই পিটিকি লক
- পিয়াজ আৰু জলকীয়া মিহি কে কাটি লক
- কেৰাহীত তেল গৰম কৰি জীৰা দিয়ক
- জীৰা ফুটিলে নৰহিংহর পাট দিয়ক
- এতিয়া পিয়াজ ভাজক
- এতিয়া সেউজীয়া জলকীয়া দিয়ক
- এতিয়া হালধি,ৰঙা জলকীয়া গুড়ি,ধনিয়া গুড়ি দি অলপ লৰাবক
- এতিয়া পিটিকি থোবা আলু খিনিত আৰু নিমখ দি ভালকৈ মিহলাই দিয়ক
- জুঁই পৰা নমাই দি আলু খিনিত ধনিয়া পাট দি ঠান্ডা হবলৈ দিয়ক
- কেৰাহিত তেল দি গৰম কৰক
- তেল গৰম হবাৰ পাছত জুঁই মাধ্যম কৰি দিয়ক
- লফৰ টুকুৰা পানীত তিয়া পানী খিনি দুই খন হাতেৰে চেপি লফৰ পৰা উলিয়াই দিয়ক
- এতিয়া ১ ১/২ চাহ চামুচ আলু লফৰ টুকুৰা মাজত ভৰাই দিয়ক
- এতিয়া আলু খিনি লফ দি চব পিনে বন্ধ কৰি দিয়ক
- মন কৰিব লফ টুকুৰ চব পিনে বন্ধ হয় যেন,নহলে ভজা আলু উলাই আহিব আৰু তেল খিনি বেয়া হয় জাব
- ২/৩ টা ৰোল সাজু কৰি ঠক
- এটা এটা কৈ ৰোল বুৰ গৰম তেলত দি জুঁই মাধ্যম কৰি সুনালী ৰং হুবাৰ লৈকে ভাজক
গৰম ব্রেড ৰোল পুদিনা চাটনি,টমেটো চচৰ লগত খাব,বৰষুনৰ দিনত আদাৰ চাহৰ লগত থোবা খাবলৈ বৰ ভাল লাগে
Watch Video Here:
Recipe Step By Step With Pics:
Step-1
-
Boil the potatoes. Peel and mash coarsely. Keep aside. Chop the onion and chilli finely.
Step-2
2.Heat the oil in a pan and add cumin seeds. When cumin start to splutter add curry leaves.
Step-3
3. Add chopped onion and sauté till translucent. Add green chillies.
Step-4
4. Put turmeric and red chilli powder & coriander powder. Stir for few seconds.
Step-5
5. Then add coarsely mashed potatoes. Add salt. Mix well with the tempering. Take the pan off the flame and add coriander leaves to the potatoes. Let it cool.
Step-6
6. Dip the bread slice in water and squeeze out the water by pressing the bread between both your palms.
Step-7
7. Now put 1½ spoon potato stuffing in the middle of the bread slice.
Step-8
8. Cover the stuffing by folding outer sides of the bread and gently squeezing and folding the bread. Roll it between your palms till the stuffing is sealed inside completely. Take care that bread should cover the stuffing thoroughly, otherwise while frying, the potato stuffing will come out and spoil the oil.
Step-9
9. Keep ready 2-3 rolls.
Step-10
10. Put the deep frying pan on the flame and heat the oil. When the oil is hot, bring the flame to medium. Gently slide the roll in the heated oil.
Step-11