ফ্লেকি এন্ড ক্রিস্পি স্কীনন্দ ব্লেক গ্রাম কচুৰি/খাস্তা ওর্য়াড ডাল কচুৰি/Khasta Urad Dal Kachauri/vibsk-49
উপকৰণ:
বাহিৰৰ তৰপ / মিশ্রণ
| উপকৰণ | : | যুখ | |
| 1. | ময়দা | : | ১/২ কেজি |
| 2. | আজবাইন | : | ২ চাহ চামুচ |
| 3. | নিমখ | : | ১/২ চাহ চামুচ |
| 4. | ঘিউ | : | ২০০ গ্রাম |
| 5. | পানী | : | সানিবলৈ |
পুৰৰ কাৰণে :
| উপকৰণ | : | যুখ | |
| 1. | উৰড দাইল /মাটি দাইল | : | ২৫০ গ্রাম (টিয়ায় থক ) |
| 2. | ধনিয়া গুৰি | : | ৪-৫ চাহ চামুচ |
| 3. | হালধি | : | ১ ১/২ চাহ চামুচ |
| 4. | হিং | : | ২ চাহ চামুচ |
| 5. | কলা জালুকৰ গুৰি | : | ২ চাহ চামুচ |
| 6. | ৰঙা জলকীয়া গুৰি | : | ৩ – ৪ চাহ চামুচ |
| 7. | গৰম মছলা | : | ১ চাহ চামুচ |
| 8. | নিমখ | : | সুবাদ অনুযায়ী |
| 9. | নহৰু | : | ২ চাহ চামুচ ( কুটি লওক) |
| 10. | ঘিউ | : | ভাজিবলৈ |
প্রণালী :
বাহিৰৰ তৰপ / মিশ্রণ :
- ময়দা বাতি এটাত লওক
- তাত আজবাইন, নিমখ আৰু ঘিউ ভালকৈ মিহলাওক
- ময়দা ভালকৈ মিহলাই লওক
- ময়দা তানকৈ হানি লওক
- মিশ্রণ হানি হলে কাস কৰি ১০ মিনিটৰ লৈকে থওক
পুৰৰ কাৰণে :
- কচুৰিৰ পুৰ বনাবলৈ টিয়ায় থুবা মাটি দাইল খিনি বাকলি অতৰাই কাস কৰি থওক
- কেৰাহীত ঘিউ গৰম কৰক, তাত আদা নহৰু মিশ্রণ দিয়ক
- জুঁই কমাই দিয়ক, তাত খুন্দি থুবা ধনিয়াৰ গুটি দিয়ক
- ১/২ মিনিট ভাজক, তাত পিহি থুবা মাটি দাইল মিহলাওক
- ভাজি থাকক মাধ্যমিয়া জুইত, ৪-৫ মিনিটৰ পাছত জুঁই কমাই দি ভাজক
- এতিয়া মাটি দাইল অকণমান ভাজি, তাত ধনিয়া গুৰি,হিং, হালধি , গৰম মছলা,ৰঙা জলকীয়া গুৰি, কলা জালুকৰ গুৰি আৰু নিমখ দিয়ক
- ভালকৈ মিহলাওক কম জুইত আৰু ভাজি থাকক শুকান হুবাৰ লৈকে
- পুৰ সাজু হল, জুইৰ পৰা নমাই ঠান্ডা হবলৈ দিয়ক
কচুৰি বনাবলৈ :
- কচুৰিত পুৰ ভৰুয়াৰ আগতে ময়দাৰ মিশ্রণ খিনি আকৌ হানি লওক
- মিশ্রণৰ পৰা সৰু টুকুৰা লৈ হাতেৰে কোমল গুটি বনাই লওক
- বহল কৈ বেলি তাত পুৰ ভৰাওক আৰু কাস বুৰ বন্ধ কৰি দিয়ক
- এতিয়া সাবধানে অকণমান হেচি দিয়ক, মনত ৰাখিব পুৰ খিনি হুকান, বেছি জুৰত হেছিলে উলাই আহিব
- গুতেই কচুৰি খিনিত পুৰ ভৰাই লওক
- ডাঙৰ কচুৰি বনাবলৈ মিশ্রণ বেছিকৈ লওক, বাকি নিয়ম একেই
- কেৰাহীত তেল গৰম কৰক কচুৰি ভাজিবলৈ
- জুঁই মাধ্যমিয়া কৰক, পুৰ ভৰুবা কচুৰি সাবধানে তেলত দিয়ক
- লাহে লাহে লৰাই থাকক, এনেকে চব পিনে ভাজ খাব আৰু সোনালী ৰং হলে কাস কৰি থওক
- ডাঙৰ কচুৰি বুৰ সোনালী ৰং হুবাৰ লৈকে ভাজক
- মচ্মছিয়া কচুৰি সাজু হল
গৰম গৰম চচ/ চাটনি / গৰম চাহৰ লগত খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:

বাহিৰৰ তৰপ / মিশ্রণ :
Step-1
1. ময়দা বাতি এটাত লওক
Step-2
2. তাত আজবাইন, নিমখ আৰু ঘিউ ভালকৈ মিহলাওক
Step-3


3. ময়দা ভালকৈ মিহলাই লওক
Step-4

4. ময়দা তানকৈ হানি লওক
Step-5

5. মিশ্রণ হানি হলে কাস কৰি ১০ মিনিটৰ লৈকে থওক
পুৰৰ কাৰণে :
Step-1
1. কচুৰিৰ পুৰ বনাবলৈ টিয়ায় থুবা মাটি দাইল খিনি বাকলি অতৰাই কাস কৰি থওক
Step-2


2. কেৰাহীত ঘিউ গৰম কৰক, তাত আদা নহৰু মিশ্রণ দিয়ক
Step-3

3. জুঁই কমাই দিয়ক, তাত খুন্দি থুবা ধনিয়াৰ গুটি দিয়ক
Step-4

4. ১/২ মিনিট ভাজক, তাত পিহি থুবা মাটি দাইল মিহলাওক
Step-5

5. ভাজি থাকক মাধ্যমিয়া জুইত, ৪-৫ মিনিটৰ পাছত জুঁই কমাই দি ভাজক
Step-6

6. এতিয়া মাটি দাইল অকণমান ভাজি, তাত ধনিয়া গুৰি,হিং, হালধি , গৰম মছলা,ৰঙা জলকীয়া গুৰি, কলা জালুকৰ গুৰি আৰু নিমখ দিয়ক
Step-7
7. ভালকৈ মিহলাওক কম জুইত আৰু ভাজি থাকক শুকান হুবাৰ লৈকে
Step-8
8. পুৰ সাজু হল, জুইৰ পৰা নমাই ঠান্ডা হবলৈ দিয়ক
কচুৰি বনাবলৈ :
Step-1
1. কচুৰিত পুৰ ভৰুয়াৰ আগতে ময়দাৰ মিশ্রণ খিনি আকৌ হানি লওক
Step-2

2. মিশ্রণৰ পৰা সৰু টুকুৰা লৈ হাতেৰে কোমল গুটি বনাই লওক
Step-3
3. বহল কৈ বেলি তাত পুৰ ভৰাওক আৰু কাস বুৰ বন্ধ কৰি দিয়ক
Step-4

4. এতিয়া সাবধানে অকণমান হেচি দিয়ক, মনত ৰাখিব পুৰ খিনি হুকান, বেছি জুৰত হেছিলে উলাই আহিব
Step-5




5. গুতেই কচুৰি খিনিত পুৰ ভৰাই লওক
Step-6

6. ডাঙৰ কচুৰি বনাবলৈ মিশ্রণ বেছিকৈ লওক, বাকি নিয়ম একেই
Step-7

7. কেৰাহীত তেল গৰম কৰক কচুৰি ভাজিবলৈ
Step-8

8. জুঁই মাধ্যমিয়া কৰক, পুৰ ভৰুবা কচুৰি সাবধানে তেলত দিয়ক
Step-9


9. লাহে লাহে লৰাই থাকক, এনেকে চব পিনে ভাজ খাব আৰু সোনালী ৰং হলে কাস কৰি থওক
Step-10



10. ডাঙৰ কচুৰি বুৰ সোনালী ৰং হুবাৰ লৈকে ভাজক
Step-11

11. মচ্মছিয়া কচুৰি সাজু হল










