ফেনুগ্রিক স্প্রাউটেড ফ্রাই/Fenugreek Sprouts Fry/vibsk-47
উপকৰণ:
| উপকৰণ | : | যুখ | |
| 1. | স্প্রাউটেড ফেনুগ্রিক ( খুলি থকা মেথি ) | : | ৫-৬ মুঠি |
| 2. | ৰুকা নাৰিকল | : | ৩ টেবুল চামুচ |
| 3. | পিয়াজ | : | ১ ডাঙৰ |
| 4. | সেউজীয়া জলকীয়া | : | ২ |
| 5. | নহৰু | : | ৩-৪ কুটি লওক |
| 6. | ৰঙা জলকীয়া গুৰি | : | ১/২ চাহ চামুচ |
| 7. | হালধি | : | ১/২ চাহ চামুচ |
| 8. | নিমখ | : | সুবাদ অনুযায়ী |
| 9. | তেল | : | ১ টেবুল চামুচ |
প্রণালী :
- তান থাৰি বুৰ মেথি শাকৰ পৰা অতৰাই কুটি কাস কৰি থওক
- কেৰাহীত তেল গৰম কৰি কুটি থুবা নহৰু আৰু সেউজীয়া জলকীয়া দি ভাজক
- নহৰু সোনালী ৰং হলে তাত পিয়াজ দি ভাজক
- পিয়াজ ভজা হলে তাত হালধি, ৰঙা জলকীয়া গুৰি দিয়ক
- এতিয়া মেথি শাকৰ ফুল ভালকৈ মিহলাওক আৰু সিজাওক ২ মিনিটৰ লৈকে
- জুঁই কমাই পিহি থুবা নাৰিকল দি মিহলাই দিয়ক
- এতিয়া নিমখ দি ভালকৈ মিহলাওক আৰু ২-৩ মিনিট জুঁই বঢ়াই ভালকৈ লৰাওক
- মেথি ফুলৰ শাক সাজু, এতিয়া বাতি এটাত কাহি থওক
গৰম গৰম চাপাতি / পৰঠা লগত খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:

Step-1


1. তান থাৰি বুৰ মেথি শাকৰ পৰা অতৰাই কুটি কাস কৰি থওক
Step-2




2. কেৰাহীত তেল গৰম কৰি কুটি থুবা নহৰু আৰু সেউজীয়া জলকীয়া দি ভাজক
Step-3



3. নহৰু সোনালী ৰং হলে তাত পিয়াজ দি ভাজক
Step-4

4. পিয়াজ ভজা হলে তাত হালধি, ৰঙা জলকীয়া গুৰি দিয়ক
Step-5



5. এতিয়া মেথি শাকৰ ফুল ভালকৈ মিহলাওক আৰু সিজাওক ২ মিনিটৰ লৈকে
Step-6


6. জুঁই কমাই পিহি থুবা নাৰিকল দি মিহলাই দিয়ক
Step-7


7. এতিয়া নিমখ দি ভালকৈ মিহলাওক আৰু ২-৩ মিনিট জুঁই বঢ়াই ভালকৈ লৰাওক
Step-8


8. মেথি ফুলৰ শাক সাজু, এতিয়া বাতি এটাত কাহি থওক








