পটেটো ফ্রিটাৰ ফৰ ফাস্টিং/ব্রত চিংহোৰা/Potato Fritters For Fasting/vibsk-37
উপকৰণ | যুখ | ||
1. | সিজুয়া আলু | : | ২- ৩ মধমিয়া |
2. | চিংহোৰা আটা | : | ১ সৰু বাতি |
3. | ভজা জীৰা গুৰি | : | ১/২ চাহ চামুচ |
4. | ৰক চলত (সেনিধাৰ নিমখ) | : | সুবাদ অনুযায়ী |
5. | ধনিয়া পাট | : | ২ চাহ চামুচ |
6. | বাদামৰ তেল | : | ভাজিবৰ কাৰণে |
প্রণালী :
- ধনিয়া পাট , ভজা জীৰা গুৰি,ৰক চলত ( সেনিধাৰ নিমখ) , চিংহোৰা
আটা ভালকে মিহলাই লওক
2. এতিয়া অকণমান অকণমান পানী দি মিহলাই ডাঠ মিশ্রণ বনাই লওক আৰু
১০ মিনিটৰ লৈকে কাস কৰি থওক
3. সিজুয়া আলু সৰু কে কুটি থওক
4. কেৰাহীত তেল গৰম কৰক জুঁই বঢ়াই, তাৰ পিছত জুঁই মধমিয়া কৰক
5. এতিয়া আলু মিশ্রণত দুবাই মধমিয়া জুইত ভাজক
6. আলু ফ্রিটাৰ বুৰ সকলো ফালে ভাজক সোনালী ৰং হুয়া লৈকে
গৰম গৰম ধনিয়া আৰু পদিনাৰ চাটনি লগত থওক
Watch video here:
Recipe Step By Step With Pics:
Step-1
-
Add fresh coriander leaves, roasted cumin seeds, rock salt (sendha namak) to water-chestnut flour (singhada atta) and mix well.