ৰেদিশ দীপ/মুলি কে ৰায়তা/Radish Dip/vibsk-28
উপকৰণ | যুখ | ||
1. | মুলা | : | ১ মাধ্যম (পিহি লওক ) |
2. | দৈ | : | ৪০০ গ্রাম |
3. | সেউজীয়া জলকীয়া | : | ২ -৩ কুটি লওক |
4. | নিমখ | : | সুবাদ অনুযায়ী |
5. | ধনিয়াৰ পাট | : | ১/২ সৰু মুঠা |
প্রণালী :
- সেউজীয়া জলকীয়া আৰু ধনিয়া পাট নিমখ দি খুন্দনাত পিহি লওক
- জলকীয়া আৰু ধনিয়া পাট পিহাৰ পিছত তাত পিহা মুলা দি মিহলি কৰি কাস কৰি থওক
- দৈ খিনি ফেতি লওক
- এতিয়া পিহি থোবা মিশ্রণ খিনি,পিহা মুলা খিনি আৰু কুটা ধনিয়া পাট মিহলাই দিয়ক
ধনিয়া পাট দি সোজাই দিয়ক আৰু ব্রেকফাস্ট/লান্চ/স্নেছ খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch video here:
Recipe Step By Step With Pics:
STEP-1
-
Pound green chillies and coriander leaves with salt, in a mortar. (Salt makes it easy to crush chillies)