মুঙ ডাল হালুয়া/Moong Dal Halwa/vibsk-50
উপকৰণ:
| উপকৰণ | : | যুখ | |
| 1. | স্কীনন্দ গ্রীন গ্রাম ( মগু দাইল) | : | ২০০ গ্রাম ( টিয়ায় থক) |
| 2. | খৈয়া | : | ১০০ গ্রাম |
| 3. | ঘিউ | : | ২০০ ম ল |
| 4. | চেনি | : | ১৫০ / সুবাদ অনুযায়ী |
| 5. | গাখীৰ | : | ১ সৰু গ্লাছ |
| 6. | খিছমিছ | : | ৩ চাহ চামুচ |
| 7. | আলমন্ড | : | ১০-১৫ |
| 8. | কাজু | : | ১০-১৫ |
| 9. | পিছতা | : | ৮-১০ |
প্রণালী :
- টিয়ায় থোবা সেউজীয়া মগু দাইল খিনি পানী নিদিয়া কি পিহি লওক
- আলমন্ড আৰু পিছতা পাতল কে কাটি লওক আৰু কাজু বুৰ আধা কে ভাঙি লওক
- কেৰাহীত ঘিউ দিয়ক আৰু তাত পীহা দাইল দি কম জুইত ভাজক
- প্ৰথমতে কেৰাহীত দাইল বুৰ লাগি ধৰিব, কেৰাহীৰ কাসৰ দাইল বুৰ অতৰাই ভালকৈ ভাজক ১৫-২০ মিনিটৰ লৈকে
- যেতিয়া কেৰাহীৰ কাসৰ পৰা দাইল এৰাই আহিব আৰু ঘিউ উলাই আহিব, তেতিয়া ভজা হল
- এতিয়া আলমন্ড, কাজু,পিছতা আৰু খিছমিছ দিয়ক আৰু ভাজক, অলপ কাজু, আলমন্ড,পিছতা বেলেগে থৈ দিব সজাবলৈ
- এতিয়া গাখীৰ দি মিহলাওক, গাখীৰ হুহি লুবা লৈকে লৰাই থাকক
- এতিয়া খৈয়া দি মিহলাওক
- এতিয়া চেনি দিয়ক সুবাদ অনুযায়ী
- চেনি মিহলাওক ১ মিনিটৰ লৈকে, জুঁই পৰা নমাই দিয়ক, হালুয়া গৰম কাৰণে চেনি গলি জাব,ভালকৈ মিহলাই দিয়ক
- মগু দাইল হালুয়া সাজু হল
ড্রাই ফ্রৰুট দি সজাই দিয়ক আৰু গৰম গৰম খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:

Step-1

1. টিয়ায় থোবা সেউজীয়া মগু দাইল খিনি পানী নিদিয়া কি পিহি লওক
Step-2

2. আলমন্ড আৰু পিছতা পাতল কে কাটি লওক আৰু কাজু বুৰ আধা কে ভাঙি লওক
Step-3




3. কেৰাহীত ঘিউ দিয়ক আৰু তাত পীহা দাইল দি কম জুইত ভাজক
Step-4



4. প্ৰথমতে কেৰাহীত দাইল বুৰ লাগি ধৰিব, কেৰাহীৰ কাসৰ দাইল বুৰ অতৰাই ভালকৈ ভাজক ১৫-২০ মিনিটৰ লৈকে
Step-5

5. যেতিয়া কেৰাহীৰ কাসৰ পৰা দাইল এৰাই আহিব আৰু ঘিউ উলাই আহিব, তেতিয়া ভজা হল
Step-6




6. এতিয়া আলমন্ড, কাজু,পিছতা আৰু খিছমিছ দিয়ক আৰু ভাজক, অলপ কাজু, আলমন্ড,পিছতা বেলেগে থৈ দিব সজাবলৈ
Step-7

7. এতিয়া গাখীৰ দি মিহলাওক, গাখীৰ হুহি লুবা লৈকে লৰাই থাকক
Step-8



8. এতিয়া খৈয়া দি মিহলাওক
Step-9


9. এতিয়া চেনি দিয়ক সুবাদ অনুযায়ী
Step-10

10. চেনি মিহলাওক ১ মিনিটৰ লৈকে, জুঁই পৰা নমাই দিয়ক, হালুয়া গৰম কাৰণে চেনি গলি জাব,ভালকৈ মিহলাই দিয়ক
Step-11

11. মগু দাইল হালুয়া সাজু হল








