মচলা মটৰ চাত/Spicy Matar Chaat/vibsk-12
Read This Recipe In English: Spicy Matar Chaat
উপকৰন:
উপকৰন : | যুখ : | ||
1. | হালধীয়া মটৰ | : | ২০০ গ্রাম |
2. | পিয়াজ | : | ২- ৩ মাধ্যম |
3. | বিলাহী | : | ২- ৩ মাধ্যম |
4. | সেউজীয়া জলকীয়া | : | ১ -২ |
5. | ধনিয়া পাট | : | ১ হৰু মুঠি |
6. | তেঁতেলী | : | ১০ গ্রাম |
7. | ৰঙা জলকীয়া গুড়ি | : | ১-২ চাহ চামুচ |
8. | ভজা ধনিয়া গুড়ি | : | ২ চাহ চামুচ |
9. | ভজা জীৰাৰ গুড়ি | : | ২ চাহ চামুচ |
10. | নিমখ | : | স্বাদ অনুযায়ী |
11. | হিং | : | ১/২ চাহ চামুচ |
12. | নেমু | : | ১ |
প্রণালী :
- মটৰ খিনি ৬-৭ ঘণ্টা তিয়াই ঠক
- মটৰ খিনি ধুই প্ৰেচাৰ কুকাৰত দিয়ক,অলপ পানী দিয়ক, পানী মটৰ খিনি ঢাক জুয়াকৈ দিয়ক
- হিং আৰু নিমখ দিয়ক
- প্ৰেচাৰ কুকাৰটু বেছি জুইত দিয়ক
- এটা হুইচেল মৰাৰ পাছত কম জুইত ৮- ১০ মিনিটৰ লেকে সিজাবক
- মটৰ পিটিকি চাওক,যদি ভাঙে ,তেন্তে চাত বনাবলৈ কাস কৰি ঠক
- তেঁতেলী খিনি গৰম পানীত ১ ঘন্টা লেকে তিয়াই ঠক,১ ঘন্টা পাছত তেঁতেলীৰ হাঃ আৰু গুটি বেলেগ কৰি ঠক
- মিহিকৈ কুটা বিলাহী, পিয়াজ,ধনিয়া পাট আৰু কেচা জলকীয়া কাটি অতৰাই ঠক
- এতিয়া বাতি এটাত সিজুয়া মটৰ দি মিহি কৈ কুটা বিলাহী,পিয়াজ, ধনিয়া পাট, সেউজীয়া জলকীয়া,ৰঙা জলকীয়া গুড়ি, ভজা ধনিয়া গুড়ি,ভজা জীৰা গুড়ি, হিং, তেঁতেলিৰ পানী আৰু নিমখ দি মিহলাই দিয়ক
- অকণমান নেমু ৰখ দি মিহলাই দিয়ক
ভজা জিৰাৰ গুড়ি আৰু কেচা ধনিয়াৰ পাট দি সজাই দিয়ক, কুলচা, লফ/পৰঠা লগত খাব
Watch Video Here:
Recipe Step By Step With Pics:
Step-1
-
Soak yellow peas for 6-7 hours.
Step-2
2. Rinse & put them in pressure cooker. Add water. Not too much of water, just a little above the peas level.
Step-3
3. Add asafoetida & salt.
Step-4
4. Put pressure-cooker on high flame. After one whistle put flame on low & boil for 8-10 minutes. After 10 minutes take the pressure cooker off the flame. Open the lid after all the inside pressure is released. Press the pea & check if the pea is boiled till soft or not. If boiled till soft keep aside.
Step-5
5. Soak tamarind in hot water for 1 hour. After 1 hour, mash the tamarind & rinse to separate the pulp & seeds. Keep aside.
Step-6
6. Finely chop tomatoes, onions, coriander leaves & green chillies. Keep aside.
Step-7