ফ্ৰেছ কৰিযেনদাৰ–মিন্ট দীপ (ফৰ ফাস্টিং)/Fresh Coriander-Mint Dip For Vrat/vibsk-38
উপকৰণ | যুখ | ||
1. | ধনিয়াৰ পাট | : | ১ বাতি |
2. | পদিনা পাট | : | ১ বাতি |
3. | আলমন্ড/ভজা বাদাম | : | ১০- ১২ |
4. | শুকান আমৰ গুৰি | : | ১ ১/২ চাহ চামুচ |
5. | সেউজীয়া জলকীয়া | : | ৩/৪ |
6. | ৰক চলত (সেনিধাৰ নিমখ) | : | সুবাদ অনুযায়ী |
প্রণালী :
- ধনিয়া পাট.পদিনা পাট , আলমন্ড , শুকান আমৰ গুৰি ,সেউজীয়া জলকীয়া আৰু ৰক চলত খিনি পিহি লওক
- অকণমান পানী দি পিহি লওক
- পিহি থাকক যেতিয়া লেকে মিশ্রণ খিনি মিহি নহয়
- দীপ সাজু হল ,এতিয়া বাতি এটাত উলিয়াই লওক
চাবুদানা বড়া/ ফ্রাইড পটেটো / বাক শুইত ফ্লৰ পুৰি লগত থওক
Watch video here: