তাপিয়াকা পার্ল/চাগু/চাগুদানা খিচিৰি (ফৰ ফাস্টিং)/Tapioca Pearls Sabudana Khichadi (For Fasting)/vibsk-35
উপকৰণ | যুখ | ||
1. | চাগু | : | ১০০ গ্রাম টিয়ায় থক ৩-৪ ঘন্টা লৈকে (এক কাপ চাগু এক কাপ পানী) |
2. | বাদাম | : | ৫০ গ্রাম ভজা |
3. | সিউড়িয়া আৰু ৰঙা জলকীয়া | : | ২ |
4. | নৰসিংহা পাট | : | ১০-১২ |
5. | জিৰা | : | ১ চাহ চামুচ (ইচ্ছা অনুযায়ী ) |
6. | ৰক চলত ( সেনিধাৰ নিমখ) | : | সুবাদ অনুযায়ী |
7. | ধনিয়া পাট | : | সজাবলৈ |
8. | সিজুয়া আলু | : | ৫ সৰু |
9. | বাদাম তেল | : | ১ টেবুল চামুচ |
প্রণালী :
- ভজা বাদাম খিনি পিহি লক, আধা বাদাম ছাগুৰ লগত দি ভালকে মিহলাই
দিয়ক(ৰন্ধা আগতে পীহা বাদাম ছাগুৰ লগত মিহলালে চাগু খিনি আঠা আঁঠি নহয় )
- সিজুয়া আলু সৰু কৈ কাটি কাস কৰি থক
- কেৰাহীত তেল গৰম কৰি তাত আলু খিনি সোনালী ৰং হুয়াৰ লৈকে ভাজক আৰু কাস কৰি থক
- এই তেলত এতিয়া জিৰা দিয়ক আৰু ভাজক,জুঁই কমাই দিয়ক , এতিয়া কুটি থুবা ৰঙা জলকীয়া আৰু সেউজীয়া জলকীয়া দি ভাজক,এতিয়া নৰসিংহ পাট দি লৰাওক
- এতিয়া টিয়ায় থুবা চাগু খিনি কেৰাহীত দিয়ক, লড়াই থাকুক যেতিয়া লৈকে চাগু খিনি সিজি কোমল হৈ নাজাই
- আধা সিজুতায় তাত ৰক চলত দি ভালকৈ মিহলাই দিয়ক
- যেতিয়া চাগু খিনি সিজিব, জুঁই পৰা নমাই ভাজি থুবা আলু আৰু ধনিয়া পাট দি মিহলাই দিয়ক
- চাগু দানা খিচিৰি সাজু হল,এতিয়া ভজা পিহি থুবা বাদাম খিনি আৰু কুটি থুবা ধনিয়া পাট দি সোজাই দিয়ক
গৰম গৰম চাবুদানা খিচিৰি থওক
Watch video here:
Recipe Step By Step With Pics:
Step-1
-
Grind the roasted groundnuts coarsely. Add half of the groundnuts to soaked sago and mix well (Sago is less sticky when we add groundnut with it before cooking).