ড্রাই ক্যুমিন ব্লেক গ্রাম ফৰ অষ্টমী প্রাসাদ/Dry Cumin Black gram for Ashtami Prasad/vibsk-43
| উপকৰণ | যুখ | ||
| 1. | ব্লেক গ্রাম ( কলা বুট ) | : | ১০০ গ্রাম ( টিয়ায় থক) |
| 2. | জিৰা | : | ১ ১/২ চাহ চামুচ |
| 3. | শুকান আমৰ গুৰি | : | ১ ১/২ চাহ চামুচ |
| 4. | ভজা জিৰা গুৰি | : | ১ ১/২ চাহ চামুচ |
| 5. | ৰঙা জলকীয়া গুৰি | : | সুবাদ অনুযায়ী |
| 6. | ধনিয়া গুৰি | : | ২ চাহ চামুচ |
| 7. | নিমখ | : | সুবাদ অনুযায়ী |
| 8. | তেল | : | ১ টেবল চামুচ |
প্রণালী :
- নিমখ আৰু পানী দি কলা বুট কুকাৰত দিয়ক
- এটা হুইচেল মৰাৰ পাছত ৮- ১০ মিনিট জুঁই কমাই থক
- কলা বুট সিজিলে ঢাকি কাস কৰি থওক
- কেৰাহীত তেল গৰম কৰি তাত জিৰা ভাজক আৰু জুঁই কমাই দিয়ক
- ধনিয়া গুৰি দি লৰাওক
- এতিয়া সিজুয়া কলা বুট দি লৰাই দিয়ক
- এতিয়া শুকান আমৰ গুৰি, ৰঙা জলকীয়াৰ গুৰি,ভজা জিৰাৰ গুৰি আৰু নিমখ দি ভালকৈ মিহলাওক
- এতিয়া জুঁই কমাই মাধ্যমিয়া কৰি ৪/৫ মিনিটৰ লৈকে সিজাওক
- ৪/৫ মিনিটৰ পাছত কলা বুট সাজু হল
অষ্টমীৰ পবিত্র দিনত শুকান জিৰাৰ কলা বুট /পুৰি আৰু চুজিৰ পুদিং খনজকা থালী ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:
Step-1
1. নিমখ আৰু পানী দি কলা বুট কুকাৰত দিয়ক
Step-2
2. এটা হুইচেল মৰাৰ পাছত ৮- ১০ মিনিট জুঁই কমাই থক
Step-3


3. কলা বুট সিজিলে ঢাকি কাস কৰি থওক
Step-4
4. কেৰাহীত তেল গৰম কৰি তাত জিৰা ভাজক আৰু জুঁই কমাই দিয়ক
Step-5
5. ধনিয়া গুৰি দি লৰাওক
Step-6

6. এতিয়া সিজুয়া কলা বুট দি লৰাই দিয়ক
Step-7



7. এতিয়া শুকান আমৰ গুৰি, ৰঙা জলকীয়াৰ গুৰি,ভজা জিৰাৰ গুৰি আৰু নিমখ দি ভালকৈ মিহলাওক
Step-8
8. এতিয়া জুঁই কমাই মাধ্যমিয়া কৰি ৪/৫ মিনিটৰ লৈকে সিজাওক
Step-9
9. ৪/৫ মিনিটৰ পাছত কলা বুট সাজু হল








