গ্রীন পেপাৰ স্টাফদ ফ্রিটাৰ/Green Pepper Stuffed Fritters/vibsk-29
| উপকৰণ | যুখ | ||
| 1. | সিজুয়া আলু | : | ৩ মাধ্যম |
| 2. | বেচন | : | ১৫০ গ্রাম |
| 3. | সেউজীয়া পেপাৰ | : | ৭- ৮ |
| 4. | জিৰা | : | ১ চাহ চামুচ |
| 5. | নিমখ | : | সুবাদ অনুযায়ী |
| 6. | ধনিয়া গুৰি | : | ৪ চাহ চামুচ |
| 7. | ধনিয়া পাট | : | ১ সৰু বাতি |
| 8. | হিং | : | ১ চাহ চামুচ |
| 9. | ৰঙা জলকীয়া গুৰি | : | ২ চাহ চামুচ |
| 10. | আজবাইন | : | ১/২ চাহ চামুচ |
| 11. | পিয়াজ | : | ১ মাধ্যম |
| 12. | আমৰ গুৰি | : | ১ চাহ চামুচ |
| 13. | তেল | : | ভাজিবলৈ |
প্রণালী :
- আলু সিজাই কাস কৰি থওক
- কেৰাহীত তেল গৰম কৰি তাত জিৰা দিয়ক,যেতিয়া জিৰা ফুটিব জুঁই কমাই তাত ধনিয়া গুৰি ,হিং আৰু ৰঙা জলকীয়া গুৰি দি লৰাওক
- মছলা খিনি ভজাৰ পিছত পিটিকি থুবা আলু খিনি দি মিহলাই দিয়ক
- ২-৩ মিনিটৰ পিছত নিমখ, পিয়াজ আৰু ধনিয়া পাট দি মিহলাই দিয়ক
- পুৰ খিনি জুঁই পৰা নমাই দি তাত শুকান আমৰ গুৰি /চাত মছলা ভালকে মিহলাই দিয়ক,পুৰ খিনি সাজু হল
- পেপাৰ টো উপৰৰ পৰা তললৈ কাতি গুটি বোৰ অতৰাই লওক
- পেপাৰ ভিতৰত আলু পুৰ খিনি ভৰাই দিয়ক আৰু কাস কৰি লওক
- এতিয়া আজবাইন ,নিমখ আৰু ৰঙা জলকীয়া গুৰি দি বেচন খিনি মিহলাওক
- পানী দি মিশ্রণ ডাঠ কৰি লওক
- কেৰাহীত তেল দি জুঁই বঢ়াই দিয়ক, তেল গৰম হলে জুঁই মধ্যমীয়া কৰক
- এতিয়া স্টাফদ পেপাৰ বোৰ এটা এটাকৈ বেচনত দুবুয়াই সাবধানে তেলত দিয়ক
- চব পেপাৰ বুৰ একেলগে তেলত নিদিব, এবাৰত ২-৩ তা স্টাফদ পেপাৰ তেলত দি ভাজক
- তাৰ পিছত বাকি থকা স্টাফদ পেপাৰ এটা এটা কৈ ভাজক সোনালী ৰং হুয়া লেকে
গৰম গৰম চাহ আৰু চচ/ তেতেলী ছাতনী/পদিনা ছাতনীৰ লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch video here:
Recipe Step By Step With Pics:
STEP-1

-
Mash the boiled potatoes and keep aside.
STEP-2


2. Heat oil in a pan and add cumin seeds. When it starts cracking, bring down the flame to low and add coriander powder, asafetida and red chilli powder. Stir.
STEP-3

3. When masala is roasted, add mashed potatoes. Mix well.
STEP-4

4. Cook for 2-3 minutes. Add salt, onions and fresh coriander leaves. Mix well.
STEP-5
5. Take the stuffing off the flame and add dry mango powder or chaat-masala (optional). Mix well. Stuffing is ready.
STEP-6

6. Slit the pepper (from top to end) remove all the seeds.
STEP-7


7. Now, stuff all the peppers with potato stuffing. Keep aside.
STEP-8


8. Add carom seeds, salt and red chilli powder to gram flour. Mix well.
STEP-9
9. Add water and make batter of thick consistency.
STEP-10
10. On high flame, heat oil in a deep pan for deep frying. When oil is hot enough for frying, bring down the flame to medium.
STEP-11
11. Now, dip the stuffed peppers one by one in gram flour batter and slide carefully in the heated oil.
STEP-12


12. Don’t put all the peppers at one go. Once 2-3 stuffed peppers are in the oil, stir and let the batter settle a little.
STEP-13
13. Then, add more stuffed peppers to the pan. Fry till fritters are golden brown.








