গার্লিক স্পিনাচ/Garlic Spinach/vibsk-45
উপকৰণ:
| উপকৰণ | : | যুখ | |
| 1. | পালেং | : | ১ সকত মুঠা |
| 2. | বিলাহী | : | ১ ডাঙৰ |
| 3. | ক্রিম | : | ১/২ সৰু বাতি |
| 4. | হিং | : | ১ চাহ চামুচ |
| 5. | নহৰু | : | ১৫- ২০ |
| 6. | জিৰা | : | ১ চাহ চামুচ |
| 7. | ৰঙা জলকীয়া গুৰি | : | সুবাদ অনুযায়ী |
| 8. | ধনিয়া গুৰি | : | ১ চাহ চামুচ |
| 9. | নিমখ | : | সুবাদ অনুযায়ী |
| 10. | ঘিউ | : | ১ টেবুল চামুচ |
প্রণালী :
- পালেং মিহিকৈ পিহি লওক আৰু নহৰু কুটি লওক
- কেৰাহীত ঘিউ গৰম কৰি জুঁই মাধ্যমিয়া কৰক
- এতিয়া নহৰু ভাজি ৰঙ্গচূয়া কৰক
- এতিয়া জিৰা, হিং আৰু ধনিয়া গুৰি দি লৰাওক
- এতিয়া কুটা বিলাহী দি ভালকৈ মিহলাই বিলাহী খিনি কোমল হোওয়াৰ লৈকে ভাজক
- এতিয়া নিমখ আৰু ৰঙা জলকীয়া দি আকৌ মিহলাই সিজিবলৈ দিয়ক
- এতিয়া পিহা পালেং দি ৩/৪ মিনিটৰ লৈকে কম জুইত সিজিবলৈ দিয়ক আৰু জুঁই নুমুযাই দিয়ক
- এতিয়া ক্রিম দি ভালকৈ মিহলাই দিয়ক , ক্রিম দি ওপৰত সজাই দিয়ক
গৰম ৰুটি / ভাকৰি / পৰঠা লগত থওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch Video Here:
Recipe Step By Step With Pics:
Step-1

1. পালেং মিহিকৈ পিহি লওক আৰু নহৰু কুটি লওক
Step-2
2. কেৰাহীত ঘিউ গৰম কৰি জুঁই মাধ্যমিয়া কৰক
Step-3




3. এতিয়া নহৰু ভাজি ৰঙ্গচূয়া কৰক
Step-4



4. এতিয়া জিৰা, হিং আৰু ধনিয়া গুৰি দি লৰাওক
Step-5

5. এতিয়া কুটা বিলাহী দি ভালকৈ মিহলাই বিলাহী খিনি কোমল হোওয়াৰ লৈকে ভাজক
Step-6
6. এতিয়া নিমখ আৰু ৰঙা জলকীয়া দি আকৌ মিহলাই সিজিবলৈ দিয়ক
Step-7


7. এতিয়া পিহা পালেং দি ৩/৪ মিনিটৰ লৈকে কম জুইত সিজিবলৈ দিয়ক আৰু জুঁই নুমুযাই দিয়ক
Step-8


8. এতিয়া ক্রিম দি ভালকৈ মিহলাই দিয়ক , ক্রিম দি ওপৰত সজাই দিয়ক








