তেঁতেলী – আদা গুড়িৰ চাটনি /vibsk-03
Read In English: Tamarind-Dry Ginger Dip
উপকৰন :
উপকৰন : | যুখ : | ||
1. | তেঁতেলী | : | ৫০ গ্রাম |
2. | জীৰা | : | ১ চাহ চামুচ |
3. | হিং | : | ১/২ চাহ চামুচ |
4. | ৰঙা জলকীয়া গুড়ি | : | স্বাদ অনুযায়ী |
5. | শুকান আদাৰ গুড়ি | : | ৩-৪ চাহৰ চামুচ |
6. | কলা জীৰা | : | ১ চাহ চামুচ |
7. | গুড় | : | ২৫০ গ্রাম |
8. | নিমখ | : | স্বাদ অনুযায়ী |
9. | কল | : | ১ পকা (ইচ্ছা অনুযায়ী ) |
10. | খিছমিছ | : | ইচ্ছা অনুযায়ী |
প্রণালী :
- তেঁতেলী খিনি কুহুমীয়া গৰম পানীতে ২ ঘন্টা তিয়ায় ঠক
- শাহঃ খিনি উলিয়াই পানী লগত মিহলাই ঠক
- শাহঃ আৰু তেঁতেলী গুটি পানী পৰা চাকি লোক
- কেৰাহিত তেল দি মধ্যম জুইত গৰম কৰক
- প্রথমতে গৰম তেলত জীৰা ফুটাব আৰু জুঁই কমায় দিয়ক
- তাঁত কোলা জিৰা, জনি,হুকান আদাৰ গুড়ি দি লড়াই থাকোক
- তেঁতেলী পানী দি লড়াই থাকক
- ৰঙা জলকীয়া গুড়ি,নিমখ আৰু গুৰ দি ৫ মিনিট লেকে বেচি জুইত লড়াই থাকক
- লড়াই থাকক,উতলাৰ লগে লগে জুঁই কমায় চাটনি খিনি ডাঠ হবলৈ দিয়ক
- যদি বিচাৰে পকা কল কাটি আৰু খিছমিছ চাটনিত দি ৫ মিনিটে লেকে কম জুইত লড়াই দিয়ক
তেঁতেলী আদাৰ গুড়ি চাটনি বেলেগ বেলেগ খাইদ্য লগত খাবলৈ হাজু আছে
Recipe Step By Step With Pics:
Step-1
- Soak tamarind in warm water for 2 hours.
Step-2