পটেটো পিনাট চালাড ফৰ ফাস্টিং/Potato-Peanut Salad For Fasting/vibsk-39
| উপকৰণ | যুখ | ||
| 1. | সিজুয়া আলু | : | ৩- ৪ ( সমান কে কাটি লক ) |
| 2. | ধনিয়া পাট | : | ১ সৰু বাতি |
| 3. | পিহা নাৰিকল | : | ১ সৰু বাতি |
| 4. | ৰক চলত (সেনিধাৰ নিমখ) | : | সুবাদ অনুযায়ী |
| 5. | সেউজীয়া জলকীয়া | : | ১ মিহিকে কুটা |
| 6. | ভজা জীৰা গুৰি | : | ১/৪ চাহ চামুচ |
| 7. | বাদাম | : | ১ টেবল চামুচ (টিয়ায় ঠক) |
| 8. | বাদাম তেল | : | ১ চাহ চামুচ |
| 9. | নেমু | : | ১/২ (ইচ্ছা অনুযায়ী ) |
প্রণালী :
- এটা ডাঙৰ বাতিত সিজুয়া আলু টুকুৰা বুৰ দি তাত মিহিকে কুটা ধনিয়া পাট,পিহা নাৰিকল , ৰক
চলত,মিহিকে কুটা সেউজীয়া জলকীয়া, ভজা জীৰা গুৰি,টিয়ায় থুবা বাদাম আৰু বাদাম তেল দি
ভালকৈ মিহলাওক
2. ১/২ নেমু চেপি ভালকে মিহলাই দিয়ক
3. পটেটো পিনাট চালাড সাজু
উপবাসৰ সময়ত থওক
Watch video here:
Recipe Step By Step With Pics:
Step-1




-
এটা ডাঙৰ বাতিত সিজুয়া আলু টুকুৰা বুৰ দি তাত মিহিকে কুটা ধনিয়া পাট,পিহা নাৰিকল , ৰক চলত,মিহিকে কুটা সেউজীয়া জলকীয়া, ভজা জীৰা গুৰি,টিয়ায় থুবা বাদাম আৰু বাদাম তেল দি ভালকৈ মিহলাওক
Step-2

2. ১/২ নেমু চেপি ভালকে মিহলাই দিয়ক
Step-3
3.পটেটো পিনাট চালাড সাজু









