তাপিয়াকা পার্ল/চাগু/চাগুদানা বড়া ফৰ ব্রত/Tapioca Pearls Sago Vade/vibsk-36
উপকৰণ | যুখ | ||
1. | তাপিয়াকা পার্ল / চাগু | : | ১০০ গ্রাম(পানীত টিয়ায় থক ৩- ৪ ঘন্টা)
(১০০ গ্রাম চাগু ত ১০০ মিলিলিটার পানী) |
2. | ভজা বাদাম | : | ৫০ গ্রাম |
3. | সিজুয়া আলু | : | ৮ – ৯ সৰু |
4. | নৰসিংহ পাট | : | ১০ – ১২ |
5. | ভজা জিৰা | : | ১ ১/২ চাহ চামুচ (ইচ্ছা অনুযায়ী) |
6. | সেউজীয়া আৰু ৰঙা জলকীয়া | : | ২-৩ |
7. | ৰক চলত (সেনিধাৰ নিমখ ) | : | সুবাদ অনুযায়ী |
8. | ধনিয়া পাট | : | সৰু বাতি |
9. | নাৰিকল তেল | : | ভাজিবৰ কাৰণে |
প্রণালী :
- এটা ডাঙৰ বাতিত ধনিয়া পাট, সেউজীয়া জলকীয়া, ৰক চলত, ভজা আৰ পীহা জিৰা,ভজা বাদাম আৰু কুটা নৰসিংহ পাট দি কাস কৰি থক|
2. সিজুয়া আলু খিনি পিটিকি কাস কৰি থুবা বাতিত দি মিহলাই দিয়ক|
3. এতিয়া টিয়ায় থুবা চাগু খিনি দি ভালকৈ মিহলাওক|
4. এতিয়া সৰু সৰু কে পেটিছ বনাই লওক|
5. এতিয়া কেৰাহীত তেল গৰম কৰক, জুঁই বঢ়াই দিয়ক,অকণমান চাগু তেলত
দি চাওক যদি চাগু লগে লগে ওপৰলৈ আহে, তেল গৰম হল ভাজিবলৈ,
জুঁই মধমিয়া কৰক|
6. এতিয়া এটা এটা কৈ পেটিছ বুৰ কেৰাহীত দিয়ক সাবধানে , প্রথমতে ২-৩
পেটিছ দি ভাজক|
7. হেতাৰে ভজা তেল অলপ অলপ পেটিছ বোৰৰ ওপৰত দিয়ক, যেতিয়া
পেটিছ বুৰ এটা ফালে ভজা হলে ওলোটিয়ায় দিয়ক|
8. সোনালী ৰং আৰু মচ্মছিয়া হুয়াৰ লৈকে ভাজক
গৰম গৰম পদিনা চাটনি / ধনিয়াৰ চাটনি / ভজা বাদামৰ চাটনি লগত থওক
Watch video here:
Recipe Step By Step With Pics:
Step-1
-
In a big bowl put coriander leaves, green chillies, rock salt (sendha namak), crushed-roasted cumin seeds, roasted groundnuts and roughly chopped curry leaves. Keep aside.
Step-2
2. Mash the boiled potatoes and add it to the bowl. Mix well.