ড্রাই ফ্রৰুটৰ মিল্ক চেক/Dry Fruit Milk Shake/vibsk-18
উপকৰন :
| উপকৰন : | যুখ : | ||
| 1. | ছফ | : | ১ চাহ চামুচ |
| 2. | কাজু | : | ৭ – ৮ |
| 3. | খেজুৰ | : | ৫-৬ |
| 4. | খিছমিছ | : | ২৫-৩০ |
| 5. | আলমন্ড | : | ১৪-১৫ |
| 6. | কলা জালুক | : | ৬ |
| 7. | আফু গুটি | : | ১ চাহ চামুচ (ইচ্ছা অনুযায়ী) |
| 8. | গাখীৰ | : | ৩ ১/২ গিলাচ |
প্রণালী :
- ছফ, কাজু ,খেজুৰ, খিছমিছ,আলমন্ড, কলা জালুক,আফু গুটি ৪-৫ ঘণ্টা লেকে তিয়ায় ঠক
- খেজুৰৰ গুটি অতৰাই লক
- তিয়ায় থুবা উপকৰণ খিনি দি মিশ্রণ বনাই লক
- এই মিশ্রণ খিনি গাখীৰৰ দি মিহলাই দিয়ক
- চেনি দিব নালাগে কাৰণ খেজুৰ আৰু খিছমিছৰ মিঠা আছেই,তেতিয়াও যদি দৰকাৰ হয় চেনি লব পাৰে










