মিহলি শাক–১/vibsk-06
মেথি শাক, জিলমিল শাক / পালেং শাক
উপকৰন:
উপকৰন: | যুখ : | ||
1. | মেথি শাক | : | ১ মুঠি |
2. | জিলমিল শাক | : | ১ মুঠি |
3. | পালেং শাক | : | ১ মুঠি |
4. | মাটি ডাইল /কর্নফ্লুৰ | : | ৩ চাহ চামুচ |
5. | জীৰা | : | ১ চাহ চামুচ |
6. | জলকীয়া গুড়ি | : | ১ চাহ চামুচ |
7. | ধনিয়া গুড়ি | : | ১ চাহ চামুচ |
8. | নহৰু | : | ৫-৬ ফুটা (কুটি লোবো ) |
9. | আদা | : | ১ টুকুৰা (মিহিকৈ কোটা) |
10. | বিলাহী | : | ১ ডাঙৰ ( মিহিকৈ কোটা) |
11. | নিমখ | : | স্বাদ অনুযায়ী |
12. | ধনিয়া পাট | : | হৰু মুঠা |
13. | তেল | : | ২ চাহ চামুচ |
প্রণালী :
- ধুই শাক তিনি বিধ কাটি লোক
- কেৰাহিত ১ গিলাচ পানী দি কোটা শাক খিনি দিয়ক
- ৫ মিনিট বেচি জুঁই আৰু তাৰ পাছত ২০ মিনিট কম জুইত হিজাব
- তাঁত কর্নফ্লুৰ বা মাটি ডাইল দিয়ক
- ভালকে ব্লেন্ডাৰ রে দি শাক খিনি মিহলাই লোক
- আকৌ কম জুইত ৰান্ধক
- মাজে মাজে লড়াই থাকোক কেৰাহিত নালাগিবলৈ
মন কৰিব : সিজুয়া শাক ১ অৰ পৰা ১ ১/২ হপ্তাহ লেকে ফ্রীজত ভাল হয় থাকে , গৰমত বেশি দেৰি বাহিৰত নথবো,শাক খিনি ঠান্ডা হুবাৰ পাছত ফ্রীজত থৈ যেতিয়া দৰকাৰ হয় বেবহাৰ কৰক
তেল মাৰিবলৈ:
- কেৰাহিত তেল গৰম কৰক
- তাঁত জীৰা দিয়ক
- জীৰা ফুটা লগে লগে কুটি থুবা নহৰু খিনি দিয়ক
- অলপ দেৰিৰ পাছত কুটা আদা আৰু হিং দিয়ক
- নহৰু ভজা হুবাৰ পাছত ধনিয়া গুড়ি ,জলকীয়া গুড়ি,বিলাহী,নিমখ দি বিলাহী খিনি কোমল হুবাৰ লৈকে ভাজক
- সেউজীয়া শাক খিনি দি ভাল কৈ মিহলাই দি কম জুইত ৫ মিনিট অৰ লৈকে ভাজক
- ধনিয়া পাট দি সজাই দিয়ক
গৰম ভকৰি ৰুটি লগত অকণমান মাখন দি খাবক
Recipe Step By Step With Pics:
Step-1
-
Wash and roughly chop all the three leafy vegetables.
Step-2
2. Take one glass of water in a deep pan and add chopped vegetables.
Step-3
3. Cover and cook for 5 minutes on high flame and cook for 20 minutes on low flame.
Step-4
4. When boiled, add black gram flour/corn flour.
Step-5
5. Blend thoroughly with the help of blender or churning staff.
Step-6
6. Cook for 20 minutes on low flame. Stir time to time to prevent saag from sticking to bottom of pan and burning.
Step-7
7. Take a pan and heat oil. Add cumin seeds to the pan.
Step-8